Begin typing your search above and press return to search.

ৰাষ্ট্ৰীয় এলুমিনিয়াম কোম্পানী লিমিটেডত আই টি আই উত্তীৰ্ণৰ প্ৰয়োজন

পদৰ সবিশেষ, অৰ্হতা, দৰমহা আদিৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

ৰাষ্ট্ৰীয় এলুমিনিয়াম কোম্পানী লিমিটেডত আই টি আই উত্তীৰ্ণৰ প্ৰয়োজন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 Oct 2021 11:26 AM GMT


নৱৰত্ন কোম্পানী ৰাষ্ট্ৰীয় এলুমিনিয়াম কোম্পানী লিমিটেড (NALCO)-এ নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।


পদসমূহঃ

১) SUPT (HEMM Operator)।

খালী পদৰ সংখ্যাঃ ০২টা।

শিক্ষাগত অৰ্হতাঃ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱাৰ লগতে যিকোনো শাখাৰ আই টি আই চাৰ্টিফিকেট থাকিব লাগিব। গধুৰ যানবাহনৰ গাড়ীচালকৰ অনুজ্ঞাপত্ৰ থাকিব লাগিব। ম্যদ থকা প্ৰাথমিক চিকিত্সাৰ চাৰ্টিফিকেট থকাটো বিচৰা হব পাৰে।

বয়সৰ সীমাঃ ২৭ বছৰ।

নিযুক্তিৰ স্থানঃ ভাৰতৰ যিকোনো স্থানত।

২) JOT (HEMM Operator)

খালী পদৰ সংখ্যাঃ ০৪টা।

শিক্ষাগত অৰ্হতাঃ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱাৰ লগতে যিকোনো শাখাৰ আই টি আই চাৰ্টিফিকেট থাকিব লাগিব। গধুৰ যানবাহনৰ গাড়ীচালকৰ অনুজ্ঞাপত্ৰ থাকিব লাগিব। ম্যদ থকা প্ৰাথমিক চিকিত্সাৰ চাৰ্টিফিকেট থকাটো বিচৰা হব পাৰে।

বয়সৰ সীমাঃ নালকোৰ নিয়ম অনুসৰি।

নিযুক্তিৰ স্থানঃ ভাৰতৰ যিকোনো স্থানত।

দৰমহাঃ মাহিলী ২৯, ৫০০ টকাৰ পৰা ৭০,০০০টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-১০-২০২১।

আগ্ৰহী প্ৰাৰ্থীয়ে NALCO-ৰ ৱেবছাইট website (www.nalcoindia.com)- পৰা আবেদন জনাব পাৰে।

আবেদন প্ৰ-পত্ৰ পূৰণৰ পূৰ্বে প্ৰাৰ্থীয়ে নিৰ্দিষ্ট নিৰ্দেশাৱলী ভালদৰে পঢ়া উচিত। ভুল তথ্য সন্নিৱিষ্ট হলে আবেদন খাৰিজ কৰা হব।

লিখিত পৰীক্ষা, ট্ৰেডৰ পৰীক্ষা আৰু সাক্ষাত্কাৰৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হব।


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।


https://www.sentinelassam.com/jobs-in-rest-of-india/national-aluminium-company-limited-across-india-hemm-operator-job-vacancy-560100

https://www.sentinelassam.com/jobs-in-rest-of-india/national-aluminium-company-limited-across-india-hemm-operator-job-vacancy-560100


Next Story
চাকৰি