ৰাষ্ট্ৰীয় এইডছ গৱেষণা প্ৰতিষ্ঠানত ডাটা এণ্ট্ৰী অপাৰেটৰৰ পদখালী

এই বিষয়ে তলত সবিশেষ তথ্য পাব
ৰাষ্ট্ৰীয় এইডছ গৱেষণা প্ৰতিষ্ঠানত ডাটা এণ্ট্ৰী অপাৰেটৰৰ পদখালী
Published on: 

১৯৮৬চনত পোনপ্ৰথমবাৰৰ বাবে ভাৰতত এইডছৰ লক্ষণ ধৰা পৰে। এই গৱেষণাৰ ওপৰতে ভিত্তি কৰি  ১৯৯২ত ৰাষ্ট্ৰীয় এইডছ গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰা হয়। ৰাষ্ট্ৰীয় এইডছ গৱেষণা প্ৰতিষ্ঠানত শেহতীয়াবাবে ডাটা এণ্ট্ৰী অপাৰেটৰৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : ডাটা এণ্ট্ৰী অপাৰেটৰ। 

খালী পদৰ সংখ্যা : ০১ টা।

দৰমহা : ১৭,০০০/- টকা, (মাহিলী)।

বয়স : উল্লেখ নাই।

নিযুক্তিৰ স্থান : আইজল, মিজোৰাম। 

 আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ১৮/১১/২০২১ ।

ৱেবছাইট : nari-icmr.res.in

অৰ্হতা : চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বৰ্ডৰ অধীনত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ। 

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com