ৰাষ্ট্ৰীয় এইডছ গৱেষণা প্ৰতিষ্ঠানত গৱেষণা সহকাৰীৰ পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
ৰাষ্ট্ৰীয় এইডছ গৱেষণা প্ৰতিষ্ঠানত গৱেষণা সহকাৰীৰ পদখালী
Published on

১৯৮৬চনত পোনপ্ৰথমবাৰৰ বাবে ভাৰতত এইডছৰ লক্ষণ ধৰা পেলোৱা হৈছিল। আৰু এই  গৱেষণাৰ ওপৰতেই ভিত্তি কৰি ৰাষ্ট্ৰীয় এইডছ গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰা হৈছিল ১৯৯২চনত।

ৰাষ্ট্ৰীয় এইডছ গৱেষণা প্ৰতিষ্ঠানত  শেহতীয়াবাবেগৱেষণা সহকাৰীৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল। 

পদৰ নাম : গৱেষণা সহকাৰী

খালী পদৰ সংখ্যা : ০১

দৰমহা : ৩১,০০০/- টকা, মাহিলী

বয়স : উল্লেখিত নাই

নিযুক্তিৰ স্থান : শ্বিলং, মেঘালয়

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ১০/১১/২০২১

ৱেবছাইট : nari-icmr.res.in

অৰ্হতা : চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক।

এইডছ সম্পৰ্কীয় ফিল্ড বিভাগীয় হেলথ চাৰ্ভে লগত পৰিচিত। দলত কাম কৰাৰ যোগ্যতা। কম্পিউটাৰ জ্ঞান, স্থানীয় ভাষাৰ জ্ঞান, মানুহৰ সৈতে যোগাযোগৰ কৌশল। ইংৰাজীত কৌশলী আৰু ভ্ৰমণত আগ্ৰহী। দে

আবেদন প্ৰক্ৰিয়া : এই পদত আবেদন দাখিল কৰিবলৈ আগ্ৰহী প্ৰাৰ্থী সকলে অনুষ্ঠানৰ অফিচিয়েল ৱেবচাইট যোগে আবেদন দাখিল কৰিব পাৰিব।

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com