ৰাষ্ট্ৰীয় সাৰ নিগম(National Fertilizers Limited)-এ কনিষ্ঠ আভিযান্ত্ৰিক সহকাৰী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
পদৰ নামঃ কনিষ্ঠ আভিযান্ত্ৰিক সহকাৰী-২ (উত্পাদন)।
খালী পদৰ সংখ্যাঃ ৮৭টা।
শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী ন্যূনতম ৫০ শতাংশ নম্বৰসহ গণিত, পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ বি এছ চি ডিগ্ৰীধাৰী হব লাগিব এছ চি /এছ টি / বিশেষভাবে সক্ষম প্ৰাৰ্থীয়ে ৪৫ শতাংশ নম্বৰ লাভ কৰিলেই হব। অথবা ন্যূনতম ৫০ শতাংশ নম্বৰসহ কেমিকেল ইঞ্হজিনীয়িৰিঙৰ ডিপ্লমাধাৰী হব লাগিব। অৱশ্যে এছ চি /এছ টি / বিশেষভাবে সক্ষম প্ৰাৰ্থীয়ে ৪৫ শতাংশ নম্বৰ লাভ কৰিলেই হব।
বয়ৰ সীমাঃ ১৮ ৰ পৰা ৩৮ বছৰ।
দৰমহাঃ ২৩ হেজাৰ টকাৰ পৰা ৫৬, ৫০০ টকা।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১০-১১-২০২১ৰ সন্ধিয়া ৫-৩০ বজা।
সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।