ৰাষ্ট্ৰীয় বিত্তীয় তথ্য পৰিৱেশন কৰ্তৃপক্ষত কাৰ্যবাহী সঞ্চালক নিযুক্তি

প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:
ৰাষ্ট্ৰীয় বিত্তীয় তথ্য পৰিৱেশন কৰ্তৃপক্ষত  কাৰ্যবাহী সঞ্চালক নিযুক্তি
Published on

ৰাষ্ট্ৰীয় বিত্তীয় তথ্য পৰিৱেশন কৰ্তৃপক্ষ (NFRA)ঃ 

কোম্পানী আইন ২০১৩-ৰ অধীনত ভাৰতত হিচাপ পৰীক্ষণ পেচা আৰু গাণনিক মান নিৰীক্ষণৰ এটা স্বতন্ত্ৰ সংস্থা হৈছে ৰাষ্ট্ৰীয় বিত্তীয় তথ্য পৰিৱেশন কৰ্তৃপক্ষ (NFRA)। ২০১৮-ৰ অক্টোবৰত এই কৰ্তৃপক্ষ প্ৰতিষ্ঠা কৰা হয়। 

ৰাষ্ট্ৰীয় বিত্তীয় তথ্য পৰিৱেশন কৰ্তৃপক্ষ (NFRA)-ই দিল্লীত কাৰ্যবাহী সঞ্চালক নিযুক্তিৰ বাবে জাননী প্ৰকাশ কৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ ভিতৰত আবেদন জনাব পাৰে।  এই বিষয়ে তলত সবিশেষ চাব পাৰেঃ 

ৰাষ্ট্ৰীয় বিত্তীয় তথ্য পৰিৱেশন কৰ্তৃপক্ষ (NFRA)-ত নিযুক্তি ২০২২ঃ 

ৰাষ্ট্ৰীয় বিত্তীয় তথ্য পৰিৱেশন কৰ্তৃপক্ষ (NFRA)-ই কাৰ্যবাহী সঞ্চালক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। 

প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

পদৰ বিবৰণ

প্ৰয়োজনীয়তা

 পদৰ নাম

কাৰ্যবাহী সঞ্চালক।  

খালী পদ

০১টা। 

চাকৰিৰ স্থান

নতুন দিল্লী। 

অন্তিম তাৰিখ

৩০-০১-২০২২

দৰমহা

মাহিলী ১, ২০,৫০০ টকাৰ পৰা ১, ২৭, ৫০০ টকা। 

বয়সৰ সীমা

৫৬ বছৰ। 

ৱেবছাইট

-

শিক্ষাগত অৰ্হতা : 

১.স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানৰ পৰা বিত্তৰ স্পেচিয়েলাইজেচনসহ এম বি এ বা চাৰ্টাৰ্ড একাউণ্টেণ্ট হব লাগিব। নতুবা চাৰ্টাৰ্ড ফাইনেন্সিয়েল এনালিষ্ট বা অৰ্থনীতিৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব।  

স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী। 

আবেদন প্ৰক্ৰিয়া : 

আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলেmanager- admn@nfra.gov.in.লৈ আবেদন প্ৰেৰণ কৰিব পাৰে। 

 বাছনি প্ৰক্ৰিয়া :

ডেপুটেচন ভিত্তিত। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com