Begin typing your search above and press return to search.

ৰাষ্ট্ৰীয় বিত্তীয় তথ্য পৰিৱেশন কৰ্তৃপক্ষত কাৰ্যবাহী সঞ্চালক নিযুক্তি

প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

ৰাষ্ট্ৰীয় বিত্তীয় তথ্য পৰিৱেশন কৰ্তৃপক্ষত  কাৰ্যবাহী সঞ্চালক নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Jan 2022 10:51 AM GMT

ৰাষ্ট্ৰীয় বিত্তীয় তথ্য পৰিৱেশন কৰ্তৃপক্ষ (NFRA)ঃ


কোম্পানী আইন ২০১৩-ৰ অধীনত ভাৰতত হিচাপ পৰীক্ষণ পেচা আৰু গাণনিক মান নিৰীক্ষণৰ এটা স্বতন্ত্ৰ সংস্থা হৈছে ৰাষ্ট্ৰীয় বিত্তীয় তথ্য পৰিৱেশন কৰ্তৃপক্ষ (NFRA)। ২০১৮-ৰ অক্টোবৰত এই কৰ্তৃপক্ষ প্ৰতিষ্ঠা কৰা হয়।

ৰাষ্ট্ৰীয় বিত্তীয় তথ্য পৰিৱেশন কৰ্তৃপক্ষ (NFRA)-ই দিল্লীত কাৰ্যবাহী সঞ্চালক নিযুক্তিৰ বাবে জাননী প্ৰকাশ কৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ ভিতৰত আবেদন জনাব পাৰে। এই বিষয়ে তলত সবিশেষ চাব পাৰেঃ


ৰাষ্ট্ৰীয় বিত্তীয় তথ্য পৰিৱেশন কৰ্তৃপক্ষ (NFRA)-ত নিযুক্তি ২০২২ঃ

ৰাষ্ট্ৰীয় বিত্তীয় তথ্য পৰিৱেশন কৰ্তৃপক্ষ (NFRA)-ই কাৰ্যবাহী সঞ্চালক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:


পদৰ বিবৰণ

প্ৰয়োজনীয়তা

পদৰ নাম

কাৰ্যবাহী সঞ্চালক।

খালী পদ

০১টা।

চাকৰিৰ স্থান

নতুন দিল্লী।

অন্তিম তাৰিখ

৩০-০১-২০২২

দৰমহা

মাহিলী ১, ২০,৫০০ টকাৰ পৰা ১, ২৭, ৫০০ টকা।

বয়সৰ সীমা

৫৬ বছৰ।

ৱেবছাইট

-

শিক্ষাগত অৰ্হতা :

১.স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানৰ পৰা বিত্তৰ স্পেচিয়েলাইজেচনসহ এম বি এ বা চাৰ্টাৰ্ড একাউণ্টেণ্ট হব লাগিব। নতুবা চাৰ্টাৰ্ড ফাইনেন্সিয়েল এনালিষ্ট বা অৰ্থনীতিৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব।

স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী।

আবেদন প্ৰক্ৰিয়া :

আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলেmanager- admn@nfra.gov.in.লৈ আবেদন প্ৰেৰণ কৰিব পাৰে।


বাছনি প্ৰক্ৰিয়া :

ডেপুটেচন ভিত্তিত।

আৰু চাব পাৰে : জিলা পঞ্জীয়ক মৰিগাঁও নিযুক্তি ২০২২ - মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ক আৰু কাজী পদখালী

Next Story
চাকৰি