নেশ্যনেল হেল্থ মিশ্যনত চিকিৎসা আৰু স্বাস্থ্য বিভাগৰ বিষয়াৰ পদ খালী

নেশ্যনেল হেল্থ মিশ্যনত চিকিৎসা আৰু স্বাস্থ্য বিভাগৰ বিষয়াৰ পদ খালী
Published on: 

নেশ্যনেল হেল্থ মিশ্যনত চিকিৎসা আৰু স্বাস্থ্য বিভাগৰ বিষয়াৰ পদ খালী

পদৰ নামঃ চিকিৎসা আৰু স্বাস্থ্য বিষয়া

অৰ্হতাঃ এম বি বি এচ

খালী হৈ থকা পদৰ সংখ্যাঃ ৫০১

দৰমহাঃ প্ৰতিমাহে ৩০,০০০-১,১০,০০০ টকা

অভিজ্ঞতাঃ ০-১

আবেদনৰ শেষ তাৰিখঃ ১/০৭/২০১৯

ঠিকনাঃ নেশ্যনেল হেল্থ মিশ্যন অসম,শইকীয়া কমাৰ্চিয়েল কমপ্লেক্স বেংক অৱ ইণ্ডিয়া, জি.এচ ৰোড,খ্ৰিষ্টিয়ান বষ্টি,গুৱাহাটী,অসম ৭৮১০০৫ ৷

এই সন্দৰ্ভত অধিক জানিবলৈঃ ক্লিক কৰক

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com