Begin typing your search above and press return to search.

ৰাষ্ট্ৰীয় পশু জৈৱ প্ৰযুক্তি প্ৰতিষ্ঠান হায়দৰাবাদত পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

ৰাষ্ট্ৰীয় পশু জৈৱ প্ৰযুক্তি প্ৰতিষ্ঠান হায়দৰাবাদত পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Sep 2021 7:07 AM GMT

ৰাষ্ট্ৰীয় পশু জৈৱ প্ৰযুক্তি অনুষ্ঠান হাইদৰবাডত প্ৰকল্প সহযোগীৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : প্ৰকল্প সহযোগী

খালী পদৰ সংখ্যা : ০১

বয়স : ৩০বছৰ

দৰমহা : ৩৮,৪৪০ টকা, মাহিলী

নিযুক্তিৰ স্থান : হাইদৰাবাদ

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ২৮/০৯/২০২১

শিক্ষাগত অৰ্হতা :

এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা প্ৰাকৃতিক/ কৃষি বিজ্ঞান/ MVSc ত স্নাতকোত্তৰ ডিগ্ৰী প্ৰাপ্ত হ'ব লাগিব

বা

অভিযান্ত্ৰিক/ প্ৰযুক্তিবিদ্যা/ চিকিৎসা বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী প্ৰাপ্ত হ'ব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থী নিজৰ আবেদন পত্ৰ নিৰ্ধাৰিত পাঠ্যৰ ৰূপত, প্ৰয়োজনীয় নথি পত্ৰ সহ মেইল যোগে প্ৰেৰণ কৰিব লাগিব।

মেইল : girish@niab.org.in

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ

Next Story
চাকৰি