Begin typing your search above and press return to search.
এন আই এ-ত ডাটা এণ্ট্ৰী অপাৰেটৰৰ প্ৰয়োজন
ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা( এন আই এ)-ই ডাটা এণ্ট্ৰী অপাৰেটৰ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ ১৪টা।
দৰমহাঃ ২৯,২০০ টকাৰ পৰা ৯২,৩০০টকা।
বয়সৰ সীমাঃ আবেদন গ্ৰহণৰ শেষ তাৰিখত ৫৬ বছৰতকৈ অধিক হব নালাগিব।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০১-১০-২০২০।
আবেদন SP (Adm), NIA HO, Opposite CGO Complex, Lodhi Road, New Delhi-110003-লৈ প্ৰেৰণ কৰিব লাগিব।
প্ৰাৰ্থী বাছনিঃ ডেপুটেচন বা এবজৰপচন ভিত্তিত।
Next Story