Top
Begin typing your search above and press return to search.

এন আই এ-ত ডাটা এণ্ট্ৰী অপাৰেটৰৰ প্ৰয়োজন

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা( এন আই এ)-ই ডাটা এণ্ট্ৰী অপাৰেটৰ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

এন আই এ-ত ডাটা এণ্ট্ৰী অপাৰেটৰৰ প্ৰয়োজন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Sep 2020 4:04 PM GMT

খালী পদৰ সংখ্যাঃ ১৪টা।

দৰমহাঃ ২৯,২০০ টকাৰ পৰা ৯২,৩০০টকা।

বয়সৰ সীমাঃ আবেদন গ্ৰহণৰ শেষ তাৰিখত ৫৬ বছৰতকৈ অধিক হব নালাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০১-১০-২০২০।

আবেদন SP (Adm), NIA HO, Opposite CGO Complex, Lodhi Road, New Delhi-110003-লৈ প্ৰেৰণ কৰিব লাগিব।

প্ৰাৰ্থী বাছনিঃ ডেপুটেচন বা এবজৰপচন ভিত্তিত।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story