শিক্ষক নিযুক্তিৰ বাবে নবোদয় বিদ্যালয় সমিতিৰ আবেদন আহ্বান

নবোদয় বিদ্যালয় সমিতিয়ে স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক(পি জি টি) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
শিক্ষক নিযুক্তিৰ বাবে নবোদয় বিদ্যালয় সমিতিৰ আবেদন আহ্বান

এই নিযুক্তি ২০২০-২১ৰ বাবে হব।

স্নাতকোত্তৰ শিক্ষক

পদসমূহঃ

হিন্দীৰ শিক্ষক, খালী পদৰ সংখ্যাঃ ১৬টা।

ইংৰাজীৰ শিক্ষক, খালী পদৰ সংখ্যাঃ ৬টা।

গণিতৰ শিক্ষক, খালী পদৰ সংখ্যাঃ ১০টা।

জীৱ বিজ্ঞানৰ শিক্ষক, খালী পদৰ সংখ্যাঃ ১৭টা।

ৰসায়ন বিজ্ঞানৰ শিক্ষক, খালী পদৰ সংখ্যাঃ ১৪টা।

পদাৰ্থ বিজ্ঞানৰ শিক্ষক, কালী পদৰ সংখ্যাঃ ১৪টা।

অৰ্থনীতিৰ শিক্ষক, খালী পদৰ সংখ্যাঃ ০৩টা।

ভূগোলৰ শিক্ষক, খালী পদৰ সংখ্যাঃ ০৬টা।

বুৰঞ্জীৰ শিক্ষক, খালী পদৰ সংখ্যাঃ ১০টা।

স্নাতক শিক্ষক

হিন্দী, খালী পদৰ সংখ্যাঃ ৪৮টা।

ইংৰাজীৰ শিক্ষক, খালী পদৰ সংখ্যাঃ ৩১টা।

গণিতৰ শিক্ষক, খালী পদৰ সংখ্যাঃ ৪৮টা।

বিজ্ঞানৰ শিক্ষক, খালী পদৰ সংখ্যাঃ ২৮টা।

সমাজ বিজ্ঞানৰ শিক্ষক, খালী পদৰ সংখ্যাঃ ৩২টা।

সংগীতৰ শিক্ষক, খালী পদৰ সংখ্যাঃ ১৩টা।

গ্ৰন্থগাৰিক, খালী পদৰ সংখ্যাঃ ১২টা।
সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।   

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com