ৰাষ্ট্ৰীয় পৰীক্ষা ব'ৰ্ডৰ বিভিন্ন পদত নিযুক্তি

ৰাষ্ট্ৰীয় পৰীক্ষা ব'ৰ্ডৰ বিভিন্ন পদত নিযুক্তি

ৰাষ্ট্ৰীয় পৰীক্ষা ব'ৰ্ড( এন বি ই)-এ নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
Published on

পদসমূহঃ

জ্যেষ্ঠ সহায়ক

খালী পদৰ সংখ্যাঃ ১৮টা।

বয়সৰ সীমাঃ ২৭ বছৰতকৈ কম হ'ব লাগিব।

কনিষ্ঠ সহায়ক

খালী পদৰ সংখ্যাঃ ৫৭টা।

বয়সৰ সীমাঃ ২৭বছৰতকৈ কম হ'ব লাগিব।

কনিষ্ঠ গাণনিক

খালী পদৰ সংখ্যাঃ ৭টা।

বয়সৰ সীমাঃ ২৭বছৰতকৈ কম হ'ব লাগিব।

ষ্টেনোগ্ৰাফাৰ

খালী পদৰ সংখ্যাঃ ৮টা।

বয়সৰ সীমাঃ ২৭ বছৰতকৈ কম হ'ব লাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৭-২০২০।

সবিশেষ জানিবলৈ https://natboard.edu.in/viewNotice.php?NBE=QzdGMEdOeXBzSExBSDBvSmpmZzcyUT09 চাওক।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com