Begin typing your search above and press return to search.
ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদত পদ খালী
পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত দিয়া হৈছে:-

ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে ২ টা জুনিয়ৰ ৰিচাৰ্ছ ফেল'ৰ পদ পূৰণৰ বাবে আবেদন বিচাৰিছে।
পদৰ নাম: জুনিয়ৰ প্ৰজেক্ট ফেল' ।
খালী পদ : ১টা
বয়স-৪০ বছৰ
দৰমহা : ২৩,০০০ – ২৫,০০০/- প্ৰতি মাহে
অৱস্থান : সমগ্ৰ ভাৰততে
আবেদনৰ অন্তিম তাৰিখ : ০৮/১০/২০২১
শিক্ষাগত অৰ্হতা :
ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ জুনিয়ৰ ৰিচাৰ্ছ ফেল'ৰ পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীধাৰী হোৱাটো বাঞ্ছনীয়।
আবেদন প্ৰক্ৰিয়া :
আবেদন কৰিবলৈ যোগ্য প্ৰাৰ্থীসকলে তেওঁলোকৰ আৱেদন নিৰ্ধাৰিত প্ৰপত্ৰত ই-মেইল আইডিলৈ সকলো প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে ০৮ অক্টোবৰ ২০২১ তাৰিখে বা তাৰ আগতে প্ৰেৰণ কৰিব পাৰে ।
মেইল : headdegsn@gmail.com
স্থান : Room No.12, 3 Floor, Zakir Hussain Block, NCERT, New Delhi- 110 016
Next Story