Begin typing your search above and press return to search.

এন. চি. আৰ. টি. চিত উপদেষ্টাৰ পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'লঃ

এন. চি. আৰ. টি. চিত উপদেষ্টাৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Oct 2021 7:49 AM GMT


ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল পৰিবহণ নিগমত (NCRTC), সমগ্ৰ ভাৰততে উপদেষ্টাৰ খালী পদৰ নিযুক্তিৰ বাবে উপযুক্ত প্ৰাৰ্থী বিচাৰিছে। এতিয়াই আবেদন কৰক।

ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল পৰিবহণ নিগমত (NCRTC), এক প্ৰশাসনীয় নিয়ন্ত্ৰণ বাসস্থান আৰু নগৰাঞ্চল মন্ত্ৰালয়ৰ অধীনত, ভাৰত চৰকাৰ আৰু দিল্লী, উত্তৰ প্ৰদেশ, হাৰিয়ানা আৰু ৰাজস্থান জিলা মাজত প্ৰস্থিষ্ঠাপন হোৱা এক যুটীয়া কোম্পানী। ইয়াৰ প্ৰধান লক্ষ্য শ্ৰেয় সংযোজিতা আৰু প্ৰবেশাধিকাৰ যোগে, সমান্তৰাল আৰু বহনক্ষম নগৰাঞ্চল উন্নয়নৰ।

এন. চি. আৰ. টি. চি. সমগ্ৰ ভাৰততে চাকৰিৰ অধিসূচনা ২০২১ :

ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল পৰিবহণ নিগমত, উপদেষ্টাৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : উপদেষ্টা

খালী পদৰ সংখ্যা : ০১টা

অৱস্থান : সমগ্ৰ ভাৰততে

বয়স : ৬৫বছৰ

দৰমহা : এন. চি. আৰ. টি. চি. নিয়মাৱলী অনুসৰি

অন্তিম তাৰিখ : ৩০/১০/২০২১

ৱেবচাইট : ncrtc.in

উপদেষ্টাৰ খালীপদ :

এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠান/ বিশ্ববিদ্যালয়ৰ পৰা বি.ই./ বি.টেক (B.E./ B.Tech) ডিগ্ৰী প্ৰাপ্ত হ'ব লাগিব।

FIDIC পৰিবেশ অধীনত মেট্ৰো/ ৰেইলৱে আন্তঃগাঁথনি প্ৰকল্প ভাৰত/ বিদেশত, নিৰ্মাণ ঠিকা বিশেষজ্ঞ ৰূপে প্ৰকল্প পৰামৰ্শ, প্ৰকল্প ব্যৱস্থাপনা, নিৰ্মাণ, মূল্যৱেদন-পত্ৰ তৈয়াৰী, ঠিকা প্ৰশাসন আদি সম্বন্ধীয় কৰ্মত নূন্যতম ২৫বছৰীয়া অভিজ্ঞতা থাকিব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া :

এই পদৰ ইচ্ছুক প্ৰাৰ্থী সকলক এন. চি. আৰ. টি. চি. ৰ অফিচিয়েল ৱেবচাইট পৰ্যবেক্ষণ কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

https://www.ncrtc.in

বাছনি প্ৰক্ৰিয়া : এই পদৰ বাছনি সাক্ষাৎকাৰৰ ওপৰত নিৰ্ভৰশীল।


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি