ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল পৰিবহণ নিগমত, অভিযান্ত্ৰিক সহযোগীৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।
পদৰ নাম : অভিযান্ত্ৰিক সহযোগী
খালী পদৰ সংখ্যা : ১০টা
বয়স : ৬৫বছৰ
দৰমহা : ৫৬,১০০ - ১,৭৭,৫০০ টকা (মাহিলী)।
আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ৩০/১০/২০২১
শিক্ষাগত অৰ্হতা :
এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠান/ বিশ্ববিদ্যালয়ৰ পৰা ডিপ্লোমা কৰা হ'ব লাগিব।
আবেদনৰ প্ৰক্ৰিয়া :
ইচ্ছুক প্ৰাৰ্থীয়ে নিজৰ আবেদন পত্ৰ নিদ্ধাৰিত পাঠ্য ৰূপে দাখিল কৰিব লাগিব। আৰু আবেদন সহ প্ৰয়োজনীয় নথি পত্ৰি উল্লিখিত ঠিকনালৈ প্ৰেৰণ কৰিব লাগিব।
ঠিকনা:Career Cell, HR Department, National Capital Region Transport Corporation, Near Vikas Sadan, INA Colony, New Delhi-110023 ।