ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল পৰিবহণ নিগমত (NCRTC) পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'লঃ
ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল পৰিবহণ নিগমত (NCRTC) পদখালী
Published on: 

ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল পৰিবহণ নিগমত মহা প্ৰবন্ধকৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : মহা প্ৰবন্ধক

খালী পদৰ সংখ্যা : ০১টা

নিযুক্তিৰ স্থান : সমগ্ৰ ভাৰতত । 

বয়স : ৫৫বছৰ

দৰমহা : ১,৪৪,২০০ - ২,১৮,২০০টকা, (মাহিলী)

অন্তিম তাৰিখ : ২১/১০/২০২১

শিক্ষাগত অৰ্হতা :

এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠান/ বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী প্ৰাপ্ত হ'ব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থীয়ে নিজৰ আবেদন পত্ৰ নিদ্ধাৰিত পাঠ্য ৰূপে দাখিল কৰিব লাগিব। আৰু আবেদন সহ প্ৰয়োজনীয় নথি পত্ৰি উল্লেখিত ঠিকনালৈ প্ৰেৰণ কৰিব লাগিব।

ঠিকনা :

Career Cell, HR Department, National Capital Region Transport Corporation Ltd. GatiShakti Bhawan, INA, New Delhi-10023

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com