Begin typing your search above and press return to search.
ৰাষ্ট্ৰীয় দুৰ্যোগ উপশম বাহিনীত সহকাৰী কমাণ্ডেণ্ট-কনিষ্টবলৰ পদখালী
এই বিষয়ে সবিশেষ তথ্য় তলত পাব।

ৰাষ্ট্ৰীয় দুৰ্যোগ উপশম বাহিনী (এন ডি আৰ এফ)-য়ে সহকাৰী কমাণ্ডেণ্ট আৰু কনিষ্টবল নিযুক্তিৰ বাবে আবেদন বিচাৰিছে ৷
মুঠ খালী পদৰ সংখ্যাঃ ১৯৭৮টা ৷
বয়সৰ সীমাঃ ৪৫ বছৰ ৷
দৰমহাঃ ৫৬,৫০০ টকাৰ পৰা ১, ৭৭, ৫০০টকা ৷
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৮-১০-২০২১৷
নিযুক্তিৰ স্থানঃ সমগ্ৰ ভাৰতত ৷
আবেদন প্ৰক্ৰিয়াঃ অফলাইন।
আবেদন DIG (Estt), HQ NDRF, 6th Floor, NDCC-II Building, Jai Singh Road, New Delhi – 110001-লৈ প্ৰেৰণ কৰিব লাগিব।
ৱেবছাইটঃ http://ndrf.gov.in/
Next Story