Begin typing your search above and press return to search.

নীপকো অসমত ৯৪ টা এপ্ৰেণ্টিছৰ পদখালী

পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত দিয়া হৈছে:-

নীপকো অসমত ৯৪ টা এপ্ৰেণ্টিছৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2021-08-31T18:58:38+05:30

নৰ্থ ইষ্টাৰ্ণ ইলেক্ট্ৰিক পাৱাৰ কৰ্পোৰেচন লিমিটেডে (এনইইপিচিঅ') ৯৪টা গ্ৰেজুৱেট এপ্ৰেণ্টিছ আৰু টেকনিচিয়ান এপ্ৰেণ্টিছ পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত দিয়া হৈছে:-

পদৰ নাম- গ্ৰেজুৱেট এপ্ৰেণ্টিছ ।

খালী পদ- ৪৪ টা ।

দৰমহা-১৮,০০০/- ।

বয়স-২৮ বছৰ ।

আবেদনৰ অন্তিম তাৰিখ-১০/০৯/২০২১ ।

আবেদন প্ৰক্ৰিয়া- অফলাইন/ অনলাইন ।

নিযুক্তিৰ স্থানঃ-উত্তৰ-পূব ।

ৱেবছাইটত- www.apprenticeship.gov.in

শিক্ষাগত অৰ্হতা-স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ দ্বাৰা প্ৰদান কৰা অভিযান্ত্ৰিক বা প্ৰযুক্তিবিদ্যাৰ ডিগ্ৰী। সংসদৰ আইনৰ দ্বাৰা এনে ডিগ্ৰী প্ৰদান কৰাৰ ক্ষমতা থকা প্ৰতিষ্ঠানৰ দ্বাৰা প্ৰদান কৰা অভিযান্ত্ৰিক বা প্ৰযুক্তিবিদ্যাৰ ডিগ্ৰী। কেন্দ্ৰীয় চৰকাৰে ডিগ্ৰীৰ সমান হিচাপে স্বীকৃত পেছাদাৰী সংস্থাসমূহৰ স্নাতক পৰীক্ষা।

এজন চেণ্ডউইচ পাঠ্যক্ৰমৰ শিক্ষাৰ্থী যি প্ৰশিক্ষণ লৈ আছে যাতে তেওঁ উল্লেখ কৰা অনুসৰি অভিযান্ত্ৰিক বা প্ৰযুক্তিত ডিগ্ৰী লাভ কৰিব পাৰে। প্ৰাৰ্থীজন ভাৰতৰ বাসিন্দা হ'ব লাগিব।

পদৰ নাম-টেকনিচিয়ান এপ্ৰেণ্টিচ ।

খালী পদ-৫০ টা ।

দৰমহা-১৫,০০০/- টকা ।

আবেদনৰ অন্তিম তাৰিখ-১০/০৯/২০২১ ।

আবেদন প্ৰক্ৰিয়া- অফলাইন/ অনলাইন ।

নিযুক্তিৰ স্থান-উত্তৰ-পূব ।

ৱেবছাইটত- www.apprenticeship.gov.in

শিক্ষাগত অৰ্হতা-ৰাজ্যিক শিক্ষা পৰিষদৰ দ্বাৰা স্বীকৃত অভিযান্ত্ৰিক বা প্ৰযুক্তিবিদ্যাৰ ডিপ্লোমা। বিশ্ববিদ্যালয়ৰ দ্বাৰা অভিযান্ত্ৰিক বা প্ৰযুক্তিত ডিপ্লোমা । ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা স্বীকৃত প্ৰতিষ্ঠান এটাৰ দ্বাৰা প্ৰদান কৰা অভিযান্ত্ৰিক বা প্ৰযুক্তিবিদ্যাৰ ডিপ্লোমা (ক) আৰু (খ) ওপৰৰ সমতুল্য। এজন চেণ্ডউইচ পাঠ্যক্ৰমৰ শিক্ষাৰ্থী যি য়ে প্ৰশিক্ষণ লৈ আছে যাতে তেওঁ উল্লেখ কৰা ডিপ্লোমা এটা ৰাখিব পাৰে। প্ৰাৰ্থীজন ভাৰতৰ বাসিন্দা হ'ব লাগিব ।

আবেদনৰ প্ৰক্ৰিয়া-আবেদন কৰিবলৈ প্ৰাৰ্থীসকলে www.mhrdnats.gov.in ৰাষ্ট্ৰীয় এপ্ৰেণ্টিছশ্বিপ প্ৰশিক্ষণ আঁচনিত (এন.এ.টি.এছ.) অনলাইন নামভৰ্তিৰ জৰিয়তে ব্যৱহাৰিক প্ৰশিক্ষণ পৰিষদত নামভৰ্তি/পঞ্জীয়ন কৰিব লাগিব আৰু সফল নামভৰ্তিৰ পিছত প্ৰস্তুত কৰা এক বৈধ নামভৰ্তি আই.ডি. প্ৰস্তুত কৰিব লাগিব।

ঠিকনা-ব্ৰুকলেণ্ড কম্পাউণ্ড, লৱাৰ নিউ কলনী, শ্বিলং – ৭৯৩০০৩, মেঘালয় ।

Next Story