ৰাষ্ট্ৰীয় পৰিৱেশ অভিযান্ত্ৰিক গৱেষণা প্ৰতিষ্ঠানত প্ৰকল্প সহযোগীৰ পদখালী

চাকৰি প্ৰত্যাশীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো তথ্য পাব:
ৰাষ্ট্ৰীয় পৰিৱেশ অভিযান্ত্ৰিক গৱেষণা প্ৰতিষ্ঠানত প্ৰকল্প সহযোগীৰ পদখালী
Published on

ৰাষ্ট্ৰীয় পৰিৱেশ অভিযান্ত্ৰিক গৱেষণা প্ৰতিষ্ঠান (নিৰি)-এ শেহতীয়াকৈ প্ৰকল্প সহযোগীৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। চাকৰি প্ৰত্যাশীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো তথ্য পাব:

পদৰ নাম-প্ৰকল্প সহযোগী পদ ।

খালি পদ-১টা।

অৱস্থান-ভাৰত ।

দৰমহা-২৮,০০০/- টকা ।

আবেদনৰ অন্তিম তাৰিখ- ২৮/০৮/২০২১

বয়স-৩৫ বছৰ ।

শিক্ষাগত অৰ্হতা- প্ৰকল্প সহযোগী পদৰ বাবে আবেদন কৰিবলৈ, প্ৰাৰ্থীজনে যিকোনো স্বীকৃত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিব লাগিব।

আবেদন প্ৰক্ৰিয়া-আগ্ৰহী আৰু সকলো যোগ্যতা পূৰণ কৰা প্ৰাৰ্থীয়ে ১৫-০৮-২০২১ ৰ পৰা ২৮ আগষ্ট ২০২১ লৈ আৰম্ভ কৰি neeri.res.in এনইআৰআইআনুষ্ঠানিক ৱেবছাইটত অনলাইন আবেদন কৰিব পাৰে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com