উত্তৰ-পূৱ পাৰ্বত্য বিশ্ববিদ্যালয়, শ্বিলঙত পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
উত্তৰ-পূৱ পাৰ্বত্য বিশ্ববিদ্যালয়, শ্বিলঙত পদখালী

উত্তৰ-পূৱ পাৰ্বত্য বিশ্ববিদ্যালয়, শ্বিলংত, অতিথি অধ্যাপকৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : অতিথি অধ্যাপক

খালী পদৰ সংখ্যা : ০২

দৰমহা : ৫০,০০০ টকা, মাহিলী

নিযুক্তিৰ স্থান : শ্বিলং, মেঘালয়

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ১০/০৯/২০২১

শিক্ষাগত অৰ্হতা : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা পৰ্য্যটন/ অতিথি সেৱা/ হোটেল পৰিচালনা বা ইয়াৰ লগত জৰিত বিষয়ত ৫৫% নম্বৰসহ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ'ব লাগিব নতুবা কোনো বিদেশী বিশ্ববিদ্যালয়ৰ পৰা এনে কোনো ডিগ্ৰী প্ৰাপ্ত হ'ব লাগিব নতুবা বিদেশী বিশ্ববিদ্যালয়/ অনুষ্ঠানৰ পৰা PhD ডিগ্ৰীধাৰী হ'ব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থী নিজৰ আবেদন পত্ৰ লগতে প্ৰয়োজনীয় নথি পত্ৰ উল্লেখিত ঠিকনা বা ই মেইল যোগে প্ৰেৰণ কৰিব লাগিব।

ঠিকনা : সহকাৰী অধ্যাপক আৰু বিভাগীয় মুৰব্বী, পৰ্যটন আৰু হোটেল মেনেজমেণ্ট বিভাগ, NEHU, শ্বিলং - ৭৯৩০২২

মেইল : hodthm@nehu.ac.in

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com