উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয়, শ্বিলঙত অতিথি অধ্যাপকৰ পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয়, শ্বিলঙত অতিথি অধ্যাপকৰ পদখালী

উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয়, শ্বিলঙত অতিথি অধ্যাপকৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : অতিথি অধ্যাপক।

খালী পদৰ সংখ্যা : বিভিন্ন

বয়স : উল্লেখিত নহয়

দৰমহা : ৫০,০০০ টকা (মাহিলী)। 

নিযুক্তিৰ স্থান : শ্বিলং, মেঘালয়

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ১৪/১১/২০২১

শিক্ষাগত অৰ্হতা :

এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা পোষ্ট গ্ৰেজুৱেট, M.A, B.Ed, M.Ed, Ph.D ডিগ্ৰীধাৰী হ'ব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া :

ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থীয়ে নিজৰ আবেদন পত্ৰ নিৰ্ধাৰিত পাঠ্য ৰূপত অধিসূচনাত জাৰী ঠিকনালৈ প্ৰেৰণ কৰিব লাগিব।

আবেদন গ্ৰহণৰ আৰম্ভণি তাৰিখ : ০৭/১১/২০২১

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ১৪/১১/২০২১

সাক্ষাৎকাৰৰ তাৰিখ : ১৮/১১/২০২১।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com