উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয় (নেহু) শ্বিলঙত পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয় (নেহু) শ্বিলঙত পদখালী

উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয় (নেহু) শ্বিলঙত অতিথি অধ্যাপকৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : অতিথি অধ্যাপক

খালী পদৰ সংখ্যা : ০২

দৰমহা : ৫০,০০০ টকা, মাহিলী

নিযুক্তিৰ স্থান : শ্বিলং, মেঘালয়

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ০৭/১০/২০২১

শিক্ষাগত অৰ্হতা :

এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা প্ৰাসংগিক বিষয়ত ৬০% নম্বৰ সহ পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থী নিজৰ বায়ডাটা উল্লেখিত ই- মেইল যোগে প্ৰেৰণ কৰিব লাগিব।

মেইল : hodsta@nehu.ac.in

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com