Begin typing your search above and press return to search.

উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয়ত কনিষ্ঠ গৱেষণা সভ্য পদ খালী

আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে

উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয়ত কনিষ্ঠ গৱেষণা সভ্য পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 Oct 2021 6:15 AM GMT

উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয় (নেহু)-এ কনিষ্ঠ গৱেষণা সভ্য (জে আৰ এফ) মকৰলৰ বাবে আবেদন বিচাৰিছে।


খালী পদৰ সংখ্যাঃ ০১টা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ডিয়েৰী মাইক্ৰোবায়োলজী / মাইক্ৰবায়োলজী / ফুড মাইক্ৰোবায়োলজী / ফুড বায়োটেকনোলজী /Life sciences-ৰ এম এছ চি বা এম টেক হব লাগিব। নেট উত্তীৰ্ণ আৰু সংশ্লিষ্ট ক্ষেত্ৰত ২-৩ বছৰৰ কৰ্ম-অভিজ্ঞতা থকা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হব।

নিযুক্তিৰ স্থানঃ শ্বিলং, মেঘালয়।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৭-০১-২০২১।

বয়সৰ সীমাঃ উল্লেখ নাই।

আবেদন অহা ১৭ অক্টোবৰৰ ভিতৰত "birendramishra14@gmail.com-লৈ প্ৰেৰণ কৰিব পাৰে।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি