Begin typing your search above and press return to search.
উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্য়ালয়ত অতিথি প্ৰবক্তাৰ পদ খালী
আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো তথ্য চাব পাৰে:

উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্য়ালয় (নেহু)-ৰ তুৰা চৌহদে অতিথি প্ৰবক্তা নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
পদৰ নাম- অতিথি প্ৰবক্তা ।
খালী পদ-৪ টা ।
নিযুক্তিৰ স্থানঃ শ্বিলং, মেঘালয় ।
দৰমহা- ৫০,০০০/- টকা (প্ৰতি মাহে )।
আবেদন গ্ৰহণৰ অন্তিম তাৰিখ- ১৫/০৯/২০২১
বয়স উল্লেখ কৰা হোৱা নাই ।
শিক্ষাগত অৰ্হতা- প্ৰাৰ্থী যিকোনো স্বীকৃত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী, পি.এইচ.ডি. কৰিব লাগিছিল।
আবেদনৰ প্ৰক্ৰিয়া-আগ্ৰহী আৰু সকলো অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে তেওঁলোকৰ আবেদন নিৰ্ধাৰিত ফৰ্মেটত Office of the Head, Dept. of English, NEHU, Tura Campus, Tura, West Garo Hills, Meghalaya–794002লৈ ১৫ ছেপ্টেম্বৰ ২০২১ তাৰিখে বা তাৰ আগতে সকলো প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে প্ৰেৰণ কৰিব লাগিব ।
Next Story