Begin typing your search above and press return to search.

NEIGRIHMS-ত জুনিয়ৰ ৰিচাৰ্ছ ফেলৰ পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

NEIGRIHMS-ত জুনিয়ৰ ৰিচাৰ্ছ ফেলৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 Sep 2021 10:32 AM GMT

উত্তৰ-পূব ইন্দিৰা গান্ধী স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞান আঞ্চলিক অনুষ্ঠানত, জুনিয়ৰ ৰিচাৰ্ছ ফেল'ৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : জুনিয়ৰ ৰিচাৰ্ছ ফেল'

খালী পদৰ সংখ্যা : ০১

বয়স : ৩৫বছৰ

দৰমহা : ৩১,০০০টকা, মাহিলী + ৮% HRA

নিযুক্তিৰ স্থান : শ্বিলং, মেঘালয়

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ৩০/০৯/২০২১

শিক্ষাগত অৰ্হতা :

এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীয়ে প্ৰাথমিক বিজ্ঞান বিষয়ত পোষ্ট গ্ৰেজুৱেট আৰু NET পাছ কৰা হ'ব লাগিব/ কোনো বিত্তিধাৰি বিষয়ত পোষ্ট গ্ৰেজুৱেট কৰা হ'ব লাগিব/ জীৱ বিজ্ঞান বিষয়ত M. Sc কৰা হ'ব লাগিব।

আবেদন প্ৰক্ৰিয়া :

এই পদৰ ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থীসকলক নিজৰ বায়ডাটা, পাছপৰ্ট ফটো, প্ৰয়োজনীয় নথি পত্ৰ সহ সাক্ষাৎকাৰৰ বাবে উপস্থিত থাকিবলৈ অনুৰোধ জনোৱা হ'ল।

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ

তাৰিখ : ৩০/০৯/২০২১

সময় : পোৱা ১১:০০

অৱস্থান : অনুজীৱ বিজ্ঞান বিভাগ, উত্তৰ-পূব ইন্দিৰা গান্ধী স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞান আঞ্চলিক অনুষ্ঠানত (NEIGRIHMS), শ্বিলং, মেঘালয়

Next Story
চাকৰি