উত্তৰ-পূৰ্বীয় ইন্দিৰা গান্ধী স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞান আঞ্চলিক অনুষ্ঠানত সহকাৰী অধ্যাপকৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।
পদৰ নাম : সহকাৰী অধ্যাপক
খালী পদৰ সংখ্যা : ২০
বয়স : ৫০বছৰ
দৰমহা : ১,০১,৫০০ - ১,৬৭,৪০০টকা, মাহিলী
নিযুক্তিৰ স্থান : শ্বিলং, মেঘালয়
আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ১২/১০/২০২১
শিক্ষাগত অৰ্হতা :
এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্তি অনুষ্ঠান বা বিশ্ববিদ্যালয়ৰ পৰা MD/MS কৰা হ'ব লাগিব।
আবেদন প্ৰক্ৰিয়া :
এই পদৰ ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থী সমূহক নিজৰ আৱেদন পত্ৰ নিৰ্ধাৰিত পাঠ্য ৰূপত, প্ৰয়োজনীয় নথি পত্ৰ সহ উল্লেখিত ঠিকনা লৈ প্ৰেৰণ কৰিব লাগিব।
ঠিকনা : উত্তৰ-পূৰ্বীয় ইন্দিৰা গান্ধী স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞান আঞ্চলিক অনুষ্ঠান(NEIGRIHMS), নিৰ্দেশক খণ্ড, মাউডাডিয়াংডিয়াং, মেঘালয়।