উত্তৰ -পূব আৰক্ষী প্ৰশিক্ষানুষ্ঠান (NEPA) মেঘালয়ত পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
উত্তৰ -পূব আৰক্ষী প্ৰশিক্ষানুষ্ঠান (NEPA) মেঘালয়ত পদখালী
Published on

উত্তৰ -পূব আৰক্ষী প্ৰশিক্ষানুষ্ঠান (NEPA) মেঘালয়ত সহকাৰী সঞ্চালকৰ (জ্ঞান আৰু প্ৰযুক্তিবিদ্যা) সাধাৰণ কেন্দ্ৰীয় সেৱা দলৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : সহকাৰী সঞ্চালক। 

খালী পদৰ সংখ্যা : ০১টা

বয়স : ৫৬বছৰ

দৰমহা : NEPA ৰ নিয়মাৱলী অনুসৰি

নিযুক্তিৰ স্থান : উমচাৱ, মেঘালয়

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ১৮/১০/২০২১

শিক্ষাগত অৰ্হতা :

উত্তৰ -পূব আৰক্ষী প্ৰশিক্ষানুষ্ঠানৰ সহকাৰী সঞ্চালকৰ পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী B.Sc, B.Tech/B.E, M.Sc, MCA ডিগ্ৰীধাৰী হ'ব লাগিব।

আবেদন প্ৰক্ৰিয়া :

এই পদৰ ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থীসকলে  আবেদন পত্ৰ প্ৰয়োজনীয় নথি পত্ৰ সহ NEPA ৰ ৱেবচাইট লৈ প্ৰেৰণ কৰিব লাগিব।

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com