Begin typing your search above and press return to search.
উত্তৰ-পূব আৰক্ষী একাডেমী মেঘালয়ত যুটীয়া সঞ্চালকৰ পদখালী
পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত দিয়া হৈছে:-

উত্তৰ-পূব আৰক্ষী একাডেমীত যুটীয়া সঞ্চালকৰ ০১ টা পদ পূৰণৰ বাবে আবেদন বিচৰা হৈছে।
পদৰ নাম -যুটীয়া সঞ্চালক ।
খালী পদ-১ টা ।
বয়স-৫৬ বছৰ ।
অৱস্থান- উমচাও, মেঘালয় ।
দৰমহা -এনইপিএ নিয়ম অনুসৰি ।
আবেদনৰ অন্তিম তাৰিখ- ১৮/১০/২০২১
শিক্ষাগত অৰ্হতা-প্ৰাৰ্থীগৰাকী স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব ।
আবেদনৰ প্ৰক্ৰিয়া-সকলো সমৰ্থনকাৰী নথিপত্ৰৰ প্ৰতিলিপি আৰু শিক্ষাগত অৰ্হতা প্ৰমাণপত্ৰ আৰু অভিজ্ঞতা প্ৰমাণপত্ৰৰ প্ৰতিলিপিৰ সৈতে যথাযথভাৱে পূৰণ কৰা আবেদন উত্তৰ-পূব আৰক্ষী একাডেমীৰ ৱেবছাইটত জমা দিব লাগিব।
ঠিকনা-NEPA,উমচাও, উমিয়াম, ৰি-ভোই জিলা, মেঘালয় ।
সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।
বাছনি প্ৰক্ৰিয়া-ডেপুটেচন (হ্ৰস্বম্যাদী চুক্তি সহ)/ ডেপুটেচন/ পুনৰ-নিযুক্তিৰ ওপৰত আধাৰিত হ'ব) ।
Next Story