Begin typing your search above and press return to search.
গাণনিক নিযুক্তিৰ বাবে NERFMTTI-ৰ আবেদন আহ্বান
উত্তৰ-পূব ঔদ্যোগিক যন্ত্ৰ-সঁজুলি প্ৰশিক্ষণ আৰু পৰীক্ষণ প্ৰতিষ্ঠান(NERFMTTI- ত গাণনিক নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে।

খালী পদৰ সংখ্যাঃ ০১ টা।
শিক্ষাগত অৰ্হতাঃ যিকোনো শাখাত স্নাতক ডিগ্ৰী। প্ৰাৰ্থীয়ে চৰকাৰী বা স্বতন্ত্ৰ সংস্থা বা কেন্দ্ৰীয়শাসিত প্ৰশাসনত সম-পৰ্যায়ৰ পদত কাৰ্যনিৰ্বাহ কৰি থকা হব লাগিব।
বয়সৰ সীমাঃ সৰ্বোচ্চ ৫৬ বছৰ।
দৰমহাঃ মাহিলী ২৯,২০০ টকাৰ পৰা ৯২,৩০০টকা।
আবেদনঃ অফলাইন।
নিযুক্তিৰ স্থানঃ বিশ্বনাথ চাৰিআলি, অসম।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩০-০৭-২০২১।
আবেদনৰ মাচুলঃ তথ্য উপলব্ধ নহয়। ৱেবছাইটঃ nerfmtti.nic.in
আবেদনৰ নিয়মঃ প্ৰয়োজনীয় নথি-পত্ৰৰ প্ৰতিলিপিসহ আবেদন পত্ৰ Director, North Eastern Region Farm Machinery Training and Testing Institute, Govt. of India, Department of Agriculture, Cooperation & Farmers Welfare, Biswanath Chariali, Dist. Biswanath (Assam)-784 176-এই ঠিকনালৈ প্ৰেৰণ কৰিব পাৰে।
Next Story