NERFMTTI-ত গাণনিক নিযুক্তিৰ বাবে আবেদন আহ্বান

NERFMTTI-ত গাণনিক নিযুক্তিৰ বাবে আবেদন আহ্বান

উত্তৰ-পূব ঔদ্যোগিক যন্ত্ৰ-সঁজুলি প্ৰশিক্ষণ আৰু পৰীক্ষণ প্ৰতিষ্ঠানত গাণনিক নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে।
Published on

খালী পদৰ সংখ্যাঃ ০১ টা।

শিক্ষাগত অৰ্হতাঃ যিকোনো শাখাত স্নাতক ডিগ্ৰী। প্ৰাৰ্থীয়ে চৰকাৰী বা স্বতন্ত্ৰ সংস্থা বা কেন্দ্ৰীয়শাসিত প্ৰশাসনত সম-পৰ্যায়ৰ পদত কাৰ্যনিৰ্বাহ কৰি থকা হব লাগিব।

বয়সৰ সীমাঃ সৰ্বোচ্চ ৫৬ বছৰ।

দৰমহাঃ মাহিলী ২৯,২০০ টকাৰ পৰা ৯২,৩০০টকা।

আবেদনঃ অফলাইন।

নিযুক্তিৰ স্থানঃ বিশ্বনাথ চাৰিআলি, অসম।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩০-০৭-২০২১।

আবেদনৰ মাচুলঃ তথ্য উপলব্ধ নহয়।

ৱেবছাইটঃ nerfmtti.nic.in

আবেদনৰ নিয়মঃ প্ৰয়োজনীয় নথি-পত্ৰৰ প্ৰতিলিপিসহ আবেদন পত্ৰ Director, North Eastern Region Farm Machinery Training and Testing Institute, Govt. of India, Department of Agriculture, Cooperation & Farmers Welfare, Biswanath Chariali, Dist. Biswanath (Assam)-784 176-এই ঠিকনালৈ প্ৰেৰণ কৰিব পাৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com