উত্তৰ-পূব পাম যন্ত্ৰ-সঁজুলি প্ৰশিক্ষণ-পৰীক্ষণ প্ৰতিষ্ঠানত পদখালী

ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল জনাবলৈ অনুৰোধ জনোৱা হ'ল।
Published on

উত্তৰ-পূব পাম যন্ত্ৰ-সঁজুলি প্ৰশিক্ষণ আৰু পৰীক্ষণ প্ৰতিষ্ঠান, বিশ্বনাথ চাৰিআলিত কাৰিকৰী সহকাৰীৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম : কাৰিকৰী সহকাৰী

খালী পদৰ সংখ্যা : ০২টা ৷

বয়স : ২৭ বছৰ

দৰমহা : ২৯,০০০ - ৯২,৩০০ টকা (মাহিলী)

নিযুক্তিৰ স্থান : অসম

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ০৮/০৯/২০২১

ৱেবচাইট : nerfmtti.nic.in

শিক্ষাগত অৰ্হতা : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ডিপ্লমাধাৰী হ'ব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থীয়ে নিজৰ আবেদনপত্ৰ প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে সঞ্চালক, উত্তৰপূৰ্ব অঞ্চল পাম যন্ত্ৰ-পাটি প্ৰশিক্ষণ আৰু পৰীক্ষাকৰণ অনুষ্ঠান, বিশ্বনাথ চাৰিআলি, বিশ্বনাথ ( অসম ), ৭৮৪১৭৬ ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com