উত্তৰ-পূব ক্ষুদ্ৰ বিত্ত বেংকত বিষয়া নিযুক্তি

উত্তৰ-পূব ক্ষুদ্ৰ বিত্ত বেংক (NESFB)-এ নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে ৷
উত্তৰ-পূব ক্ষুদ্ৰ বিত্ত বেংকত বিষয়া নিযুক্তি

পদসমূহঃ

ক্লাষ্টাৰ বিজনেছ মেনেজাৰ ৷ এটা ক্লাষ্টাৰত ৬-৮টা শাখা থাকে ৷

খালী পদৰ সংখ্যাঃ ২২টা

শিক্ষাগত অৰ্হতাঃ যিকোনো শাখাৰ স্নাতক ডিগ্ৰী ৷ মেনেজমেণ্টত পি জি ডিপ্ল'মা থকা প্ৰাৰ্থীয়ে অগ্ৰাধিকাৰ পাব ৷

অভিজ্ঞতাঃ বিক্ৰী/শাখা পৰিচালনাত ন্যূনতম ৭-১০ বছৰৰ অভিজ্ঞতা।

শাখা মুৰব্বী ৷

খালী পদৰ সংখ্যাঃ ৩০টা ৷

শিক্ষাগত অৰ্হতাঃ কোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক ডিগ্ৰী।

অভিজ্ঞতাঃ বেংক পৰিচালনাৰ কামত ন্যূনতম ৫-৭বছৰৰ অভিজ্ঞতা।

এৰিয়া ক্ৰেডিট মেনেজাৰ ৷

খালী পদৰ সংখ্যাঃ ১৭টা ৷

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক ডিগ্ৰী। মেনেজমেণ্ট/ বিত্তত পি জি ডিপ্ল'মা থকা প্ৰাৰ্থীয়ে অগ্ৰাধিকাৰ পাব ৷

অভিজ্ঞতাঃ ক্ৰেডিট(ঋণ)ৰ কাম-কাজৰ ক্ষেত্ৰত ৩-৪ বছৰৰ অভিজ্ঞতা থাকিব লাগিব ৷

ক্ৰেডিট এক্সিকিউটিভ (ঋণ কাৰ্যবাহী) ৷

খালী পদৰ সংখ্যাঃ ১৭ টা

শিক্ষাগত অৰ্হতাঃ কোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত বিত্তত স্নাতক বা সমপৰ্যায়ৰ ডিগ্ৰী গ্ৰহণ কৰা হ'ব লাগিব।

মুখ্য কোষাগাৰ বিষয়া ৷

খালী পদৰ সংখ্যাঃ ১টা ৷

শিক্ষাগত অৰ্হতাঃ বিত্তত স্নাতক বা অথবা সমপৰ্যায়ৰ ডিগ্ৰী গ্ৰহণ কৰা হ'ব লাগিব ৷ তদুপৰি টায়াৰ-২ বা টায়াৰ-৩ কলেজৰ পৰা এম বি এ বা পি জি ডি বি এম হ'ব লাগিব ৷

বয়সৰ সীমাঃ ৩০ ছেপ্টেম্বৰ, ২০২১।

আবেদন জনোৱাৰ পদ্ধতিঃ অনলাইন। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com