পদসমূহঃ
ক্লাষ্টাৰ বিজনেছ মেনেজাৰ ৷ এটা ক্লাষ্টাৰত ৬-৮টা শাখা থাকে ৷
খালী পদৰ সংখ্যাঃ ২২টা
শিক্ষাগত অৰ্হতাঃ যিকোনো শাখাৰ স্নাতক ডিগ্ৰী ৷ মেনেজমেণ্টত পি জি ডিপ্ল'মা থকা প্ৰাৰ্থীয়ে অগ্ৰাধিকাৰ পাব ৷
অভিজ্ঞতাঃ বিক্ৰী/শাখা পৰিচালনাত ন্যূনতম ৭-১০ বছৰৰ অভিজ্ঞতা।
শাখা মুৰব্বী ৷
খালী পদৰ সংখ্যাঃ ৩০টা ৷
শিক্ষাগত অৰ্হতাঃ কোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক ডিগ্ৰী।
অভিজ্ঞতাঃ বেংক পৰিচালনাৰ কামত ন্যূনতম ৫-৭বছৰৰ অভিজ্ঞতা।
এৰিয়া ক্ৰেডিট মেনেজাৰ ৷
খালী পদৰ সংখ্যাঃ ১৭টা ৷
শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক ডিগ্ৰী। মেনেজমেণ্ট/ বিত্তত পি জি ডিপ্ল'মা থকা প্ৰাৰ্থীয়ে অগ্ৰাধিকাৰ পাব ৷
অভিজ্ঞতাঃ ক্ৰেডিট(ঋণ)ৰ কাম-কাজৰ ক্ষেত্ৰত ৩-৪ বছৰৰ অভিজ্ঞতা থাকিব লাগিব ৷
ক্ৰেডিট এক্সিকিউটিভ (ঋণ কাৰ্যবাহী) ৷
খালী পদৰ সংখ্যাঃ ১৭ টা
শিক্ষাগত অৰ্হতাঃ কোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত বিত্তত স্নাতক বা সমপৰ্যায়ৰ ডিগ্ৰী গ্ৰহণ কৰা হ'ব লাগিব।
মুখ্য কোষাগাৰ বিষয়া ৷
খালী পদৰ সংখ্যাঃ ১টা ৷
শিক্ষাগত অৰ্হতাঃ বিত্তত স্নাতক বা অথবা সমপৰ্যায়ৰ ডিগ্ৰী গ্ৰহণ কৰা হ'ব লাগিব ৷ তদুপৰি টায়াৰ-২ বা টায়াৰ-৩ কলেজৰ পৰা এম বি এ বা পি জি ডি বি এম হ'ব লাগিব ৷
বয়সৰ সীমাঃ ৩০ ছেপ্টেম্বৰ, ২০২১।
আবেদন জনোৱাৰ পদ্ধতিঃ অনলাইন।