RLDA নিযুক্তি ২০২১ : সহকাৰী প্ৰকল্প অভিযন্তাৰ পদখালী

ইচ্ছুক প্ৰাৰ্থী সকলক অন্তিম তাৰিখৰ পূৰ্বে আৱেদন দাখিল কৰিবৰ বাবে আহ্বান জনোৱা হৈছে
RLDA নিযুক্তি ২০২১ : সহকাৰী প্ৰকল্প অভিযন্তাৰ পদখালী
Published on

RLDAৰ বিষয়ে জানক :

ৰেলৱে মন্ত্ৰালয়ৰ অধীনত গঠিত ৰেল ভূমি উন্নয়ন প্ৰাধিকৰণ (RLDA) হৈছে এখন সাংবিধানিক প্ৰাধিকৰণ। ইয়াৰ স্থাপনা কৰা হৈছিল ৰেলৱে অধিনিয়ম ১৯৮৯ৰ অন্তৰ্গত। ইয়াৰ উদ্দেশ্য বাণিজ্যিক ব্যৱহাৰৰ হেতু খালী হৈ থকা ৰেলৱে ভূমি সমূহৰ উন্নয়ন, যাৰ দ্বাৰা বিনা শুল্কে ৰাজহ উৎপাদন কৰিব পৰা যাব।

ৰেল ভূমি উন্নয়ন প্ৰাধিকৰণত চাকৰিৰ অধিসূচনা :

ৰেল ভূমি উন্নয়ন প্ৰাধিকৰণত, শেহতীয়া ভাৱে ৪৫গৰাকী সহকাৰী প্ৰকল্প অভিযন্তাৰ খালী পদৰ বাবে ইচ্ছুক প্ৰাৰ্থী সকলক অন্তিম তাৰিখৰ পূৰ্বে আৱেদন দাখিল কৰিবৰ বাবে আহ্বান জনোৱা হৈছে।

পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত উল্লেখ কৰা হৈছে:-

পদৰ নাম

প্ৰয়োজনীয় তথ্য

পদৰ নাম

সহকাৰী প্ৰকল্প অভিযন্তা

খালী পদ

৪৫

দৰমহা

৩৫,০০০/- টকা, মাহিলী

বয়স

২১ - ২৮বছৰ

অৱস্থান

সমগ্ৰ ভাৰততে

আৱেদন মাছুল

২০০/- টকা

বাছনি প্ৰক্ৰিয়া 

সাক্ষাৎকাৰ

ৱেবছাইট

 rlda.indianrailways.gov.in

শিক্ষাগত অৰ্হতা :

ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা BE/ B. Tech উত্তীৰ্ণ হ'ব লাগিব।

আৱেদন প্ৰক্ৰিয়া :

প্ৰাৰ্থী সকলে নিজৰ আৱেদন পত্ৰ নিৰ্ধাৰিত পাঠ্যৰ ৰূপত উল্লেখিত ইমেইল যোগে প্ৰেৰণ কৰিব লাগিব।

ইমেইল : psecontract@gmail.com

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com