ইউনিয়ম পাব্লিক চাৰ্ভিচ কমিশ্যন (UPSC), পদখালী

ইউনিয়ম পাব্লিক চাৰ্ভিচ কমিশ্যন (UPSC), পদখালী

ইউনিয়ম পাব্লিক চাৰ্ভিচ কমিশ্যন, সহযোগী অভিযন্তা/ সহকাৰী কৰ্ম পৰিমাপক/ অভিযান্ত্ৰিক সহযোগীৰ (চিভিল) খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।
Published on

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম : পাব্লিক চাৰ্ভিচ কমিশ্যন, সহযোগী অভিযন্তা/ সহকাৰী কৰ্ম পৰিমাপক/ অভিযান্ত্ৰিক সহযোগী (চিভিল)

খালী পদৰ সংখ্যা : ০৩

বয়স : ৩০বছৰ

দৰমহা : দৰমহা স্তৰ - ৭

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ৩০/০৯/২০২১

শিক্ষাগত অৰ্হতা : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা অনুষ্ঠানৰ পৰা চিভিল ইঞ্জিনীয়াৰিং বিষয়ত ডিগ্ৰীধাৰী হ'ব লাগিব।

আবেদন প্ৰক্ৰিয়া : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীয়ে অনলাইন ৱেবচাইটৰ জৰিয়তে নিজৰ আবেদন পত্ৰ দাখিল কৰিব লাগিব। ইয়াৰ লগতে প্ৰয়োজনীয় নথি পত্ৰ জমা কৰিব, ২৫টকা মূল্যৰ মাছুল পৰিশোধ কৰিব লাগিব।

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ।New post at UPSC

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com