Begin typing your search above and press return to search.

AIDCLTD অসমত সহকাৰী প্ৰবন্ধকৰ পদ খালী

সহকাৰী প্ৰবন্ধকৰ (আইনী) খালী পদৰ বাবে প্ৰাৰ্থী সকলক অন্তিম তাৰিখৰ পূৰ্বে আৱেদন দাখিল কৰিবৰ বাবে আহ্বান জনোৱা হৈছে

AIDCLTD অসমত সহকাৰী প্ৰবন্ধকৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Nov 2021 10:07 AM GMT

AIDCLTD অসমৰ বিষয়ে জানক :

অসম উদ্যোগিক উন্নয়ন নিগম সসীমৰ স্থাপনা কৰা হৈছিল সোণ ১৯৬৫ত। আৰু ইয়াৰ আন্ত গাঠনি কৰা হৈছিল উদ্যোগিক অধিনিয়মৰ অন্তৰ্গত। এই সংস্থানৰ অধীনত ভিন্ন ধৰণৰ উদ্যোগ প্ৰতিষ্ঠান সমূহৰ প্ৰতিষ্ঠা কৰাৰ লগতে, উন্নয়ন আৰু ব্যৱস্থাপনাৰ কাম হাতত লোৱা হয়।

AIDCLTD অসমত চাকৰিৰ অধিসূচনা :

AIDCLTD অসমত, শেহতীয়া ভাৱে সহকাৰী প্ৰবন্ধকৰ (আইনী) খালী পদৰ বাবে ইচ্ছুক প্ৰাৰ্থী সকলক অন্তিম তাৰিখৰ পূৰ্বে আৱেদন দাখিল কৰিবৰ বাবে আহ্বান জনোৱা হৈছে।

পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত উল্লেখ কৰা হৈছে:-

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

সহকাৰী প্ৰবন্ধক (আইনী) এড - হক'ৰ ভিত্তিত

খালী পদ

০১

বয়স

নূন্যতম ৩৫ আৰু অধিকতম ৪০বছৰ ( ০১/১০/২০২১ৰ মতে)

দৰমহা

৩০,০০০ - ১,১০,০০০/- টকা, মাহিলী + গ্ৰেড পে ১৩,৯০০/- টকা + অনন্য খৰছ

অৱস্থান

গুৱাহাটী, অসম

আবেদনৰ অন্তিম তাৰিখ

০৭/১২/২০২১

আৱেদন মাছুল

নিল


শিক্ষাগত অৰ্হতা :

চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা আইনী ডিগ্ৰী, লগতে স্বীকৃতি প্ৰাপ্ত অনুষ্ঠানৰ পৰা ৭বছৰীয়া কৰ্ম অভিজ্ঞতা।

আৱেদন প্ৰক্ৰিয়া :

• ইচ্ছুক প্ৰাৰ্থী সকলে অহা ২৩/১১/২০২১ তাৰিখত পৰা AIDCLTD ৰ অফিচিয়েল ৱেবচাইট www.aidcltd.com ৰ পৰা নিজৰ আৱেদন পত্ৰ সমূহ সংগ্ৰহ কৰিব পাৰিব।

• প্ৰাৰ্থী সকলে নিজৰ আৱেদন পত্ৰ স্বাক্ষৰ যুক্তি সকলো প্ৰয়োজনীয় নথি পত্ৰৰ সৈতে উল্লেখিত ঠিকনা লৈ প্ৰেৰণ কৰিব লাগিব।

ঠিকনা : কাৰ্য্যবাহী নিৰ্দেশক, অসম উদ্যোগিক উন্নয়ন নিগম সসীম, আৰ জি বৰুৱা মাৰ্গ, গুৱাহাটী ২৪।

• আৱেদন প্ৰেৰণৰ এনভেলপৰ ওপৰত "Application for the post of Assistant Manager (Legal) on Ad–hoc basis" বুলি উল্লেখ কৰিব লাগিব।

বাছনি প্ৰক্ৰিয়া: সাক্ষাৎকাৰ


আৰু পঢ়ক : কংকান ৰেলৱে নিগম সসীমত শেহতীয়া নিযুক্তি


Next Story
চাকৰি