ধেমাজি ন্যায়পালিকাত নিযুক্তিঃ চতুৰ্থ শ্ৰেণীৰ পদখালী

ইচ্ছুক প্ৰাৰ্থী সকলে অন্তিম তাৰিখৰ পূৰ্বে নিজৰ আবেদন দাখিল কৰিব পাৰে
ধেমাজি ন্যায়পালিকাত নিযুক্তিঃ চতুৰ্থ শ্ৰেণীৰ পদখালী
Published on

O/o মুখ্য ন্যায়ালয় ন্যায়াধীশ ধেমাজি

অন্তিম তাৰিখ : ৩০/১১/২০২১

মুখ্য ন্যায়ালয় ন্যায়ধীশ ধেমাজিয়ে ০৩ গৰাকী চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ ( পিয়ন) খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থী সকলে অন্তিম তাৰিখৰ পূৰ্বে নিজৰ আৱেদন দাখিল কৰিব পাৰে।

ধেমাজি ন্যায়পালিকাত নিযুক্তি ২০১ :

পদৰ নাম : চতুৰ্থ শ্ৰেণী (পিয়ন)

খালী পদৰ সংখ্যা : ০৩ (অসংৰক্ষিত)

দৰমহা : ১২,০০০ - ৫২,০০০/- টকা, গ্ৰেড পে ৩,৯০০/- টকা

ধেমাজি ন্যায়পালিকাত খালী পদৰ বাবে প্ৰয়োজনীয় অৰ্হতা :

বয়স : ১৮ - ৪০বছৰ, ০১/০১/২০২১ৰ মতে। অনুসূচিত জনজাতি/ জাতিৰ বাবে চৰকাৰী নিয়মাৱলী অনুসৰি বয়সৰ ৰেহাই।

শিক্ষাগত অৰ্হতা : এই পদৰ বাবে ইচ্ছুক প্ৰাৰ্থী অষ্টম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। তাতোতকৈ উচ্চ শিক্ষিত সকল এই পদৰ বাবে উপযুক্ত হিচাপে ধৰা নহ'ব।

নিয়োগ-বিনিময় কেন্দ্ৰত পঞ্জীয়ন : ইচ্ছুক প্ৰাৰ্থী সকল নিয়োগ-বিনিময় কেন্দ্ৰ পঞ্জীভুক্ত হ'ব লাগিব, লগতে তেওঁৰ লগত উপযুক্ত পঞ্জীয়ন পত্ৰ থাকিব লাগিব।

কেনেদৰে আৱেদন কৰিব :

# এই পদত আৱেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী নিৰ্ধাৰিত পাঠ্যৰ ৰূপত (Assam Gazette of Part IX) নিজৰ আৱেদন সহ, স্বাক্ষৰ যুক্ত প্ৰয়োজনীয় নথি পত্ৰ, ৩কপি শেহতীয়া পাছপৰ্ট ফটো, স্বাক্ষৰ যুক্ত এনভেলপত, ৫/- টকাৰ ষ্টাম্প সহ প্ৰেৰণ কৰিব লাগিব।

# আৱেদন সমূহ ধেমাজি, মুখ্য ন্যায়ালয় ন্যায়াধীশৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিব লাগিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com