Begin typing your search above and press return to search.

ধেমাজি ন্যায়পালিকাত নিযুক্তিঃ চতুৰ্থ শ্ৰেণীৰ পদখালী

ইচ্ছুক প্ৰাৰ্থী সকলে অন্তিম তাৰিখৰ পূৰ্বে নিজৰ আবেদন দাখিল কৰিব পাৰে

ধেমাজি ন্যায়পালিকাত নিযুক্তিঃ চতুৰ্থ শ্ৰেণীৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Nov 2021 10:57 AM GMT

O/o মুখ্য ন্যায়ালয় ন্যায়াধীশ ধেমাজি

অন্তিম তাৰিখ : ৩০/১১/২০২১


মুখ্য ন্যায়ালয় ন্যায়ধীশ ধেমাজিয়ে ০৩ গৰাকী চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ ( পিয়ন) খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থী সকলে অন্তিম তাৰিখৰ পূৰ্বে নিজৰ আৱেদন দাখিল কৰিব পাৰে।


ধেমাজি ন্যায়পালিকাত নিযুক্তি ২০১ :

পদৰ নাম : চতুৰ্থ শ্ৰেণী (পিয়ন)

খালী পদৰ সংখ্যা : ০৩ (অসংৰক্ষিত)

দৰমহা : ১২,০০০ - ৫২,০০০/- টকা, গ্ৰেড পে ৩,৯০০/- টকা


ধেমাজি ন্যায়পালিকাত খালী পদৰ বাবে প্ৰয়োজনীয় অৰ্হতা :

বয়স : ১৮ - ৪০বছৰ, ০১/০১/২০২১ৰ মতে। অনুসূচিত জনজাতি/ জাতিৰ বাবে চৰকাৰী নিয়মাৱলী অনুসৰি বয়সৰ ৰেহাই।


শিক্ষাগত অৰ্হতা : এই পদৰ বাবে ইচ্ছুক প্ৰাৰ্থী অষ্টম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। তাতোতকৈ উচ্চ শিক্ষিত সকল এই পদৰ বাবে উপযুক্ত হিচাপে ধৰা নহ'ব।


নিয়োগ-বিনিময় কেন্দ্ৰত পঞ্জীয়ন : ইচ্ছুক প্ৰাৰ্থী সকল নিয়োগ-বিনিময় কেন্দ্ৰ পঞ্জীভুক্ত হ'ব লাগিব, লগতে তেওঁৰ লগত উপযুক্ত পঞ্জীয়ন পত্ৰ থাকিব লাগিব।


কেনেদৰে আৱেদন কৰিব :

# এই পদত আৱেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী নিৰ্ধাৰিত পাঠ্যৰ ৰূপত (Assam Gazette of Part IX) নিজৰ আৱেদন সহ, স্বাক্ষৰ যুক্ত প্ৰয়োজনীয় নথি পত্ৰ, ৩কপি শেহতীয়া পাছপৰ্ট ফটো, স্বাক্ষৰ যুক্ত এনভেলপত, ৫/- টকাৰ ষ্টাম্প সহ প্ৰেৰণ কৰিব লাগিব।

# আৱেদন সমূহ ধেমাজি, মুখ্য ন্যায়ালয় ন্যায়াধীশৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিব লাগিব।


আৰু পঢ়ক : SCERT অসম ৰিজাল্ট - SCERT D.El.Ed অনলাইন কাউন্সিলিং

Next Story
চাকৰি