Begin typing your search above and press return to search.

DIPR হাফলংত ষ্টেনগ্ৰাফাৰ আৰু এল ডি এৰ পদখালী

ষ্টেনগ্ৰাফাৰ আৰু এল ডি এৰ খালী পদত নিযুক্তিৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলক আৱেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হৈছে

DIPR হাফলংত ষ্টেনগ্ৰাফাৰ আৰু এল ডি এৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Nov 2021 10:56 AM GMT

DIPR হাফলংত পদখালী :

DIPR হাফলংত শেহতীয়া ভাৱে ২গৰাকী ষ্টেনগ্ৰাফাৰ আৰু এল ডি এৰ খালী পদত নিযুক্তিৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলক আৱেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হৈছে। ইচ্ছুক প্ৰাৰ্থী সকলে অন্তিম তাৰিখৰ পূৰ্বে আৱেদন দাখিল কৰিব লাগিব।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

ষ্টেনগ্রাফাৰ

এল ডি এ (টাইপিষ্ট)

খালী পদৰ সংখ্যা

০১

০১

দৰমহা

১৪,০০০ - ৬০৫০০/- টকা, মাহিলী + জি পি ৭,৪০০/- টকা

১৪,০০০ - ৬০৫০০/- টকা, মাহিলী + জি পি ৬,০২০/- টকা

বয়স

১৮ - ৩৮ বছৰ

নিযুক্তিৰ স্থান

হাফলং, অসম

অন্তিম তাৰিখ

২৯/১১/২০২১


শিক্ষাগত অৰ্হতা :

ষ্টেনগ্রাফাৰ -

• চৰকাৰি স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো বিভাগত স্নাতক ডিগ্ৰী।

• ITI বা স্বীকৃতি প্ৰাপ্ত অনুষ্ঠানৰ পৰা ষ্টেনগ্রাফীত ডিপ্লোমা

• কম্পিউটাৰত ডিপ্লোমা


এল ডি এ (টাইপিষ্ট)-

• চৰকাৰি স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো বিভাগত স্নাতক ডিগ্ৰী।

• কম্পিউটাৰত ডিপ্লোমা আৰু ইংৰাজীত ড্ৰাফটিঙৰ অৰ্হতা।

আৱেদন প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থী সকলে নিজৰ আৱেদন পত্ৰ আৰু প্ৰয়োজনীয় নথি পত্ৰ ব্যক্তিগত ভাৱে বা ডাক যোগে সহযোগী নিৰ্দেশক, জ্ঞান আৰু সামাজিক সম্পৰ্ক (এইচ) হাফলং, অসম লৈ প্ৰেৰণ কৰিব লাগিব।

বাছনি প্ৰক্ৰিয়া: সাক্ষাৎকাৰ


আৰু পঢ়ক : গুৱাহাটীত নেচনেল বুক ট্ৰাষ্টৰ দুটা পদত নিযুক্তি


Next Story
চাকৰি