Begin typing your search above and press return to search.

আই আই টি গুৱাহাটী নিযুক্তি ২০২১

ইচ্ছুক প্ৰাৰ্থী সকলক অন্তিম তাৰিখৰ পূৰ্বে আৱেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হ'ল

আই আই টি গুৱাহাটী নিযুক্তি ২০২১

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Nov 2021 11:00 AM GMT

আই আই টি গুৱাহাটীৰ বিষয়ে জানক :

গুৱাহাটী, অসমত অৱস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠান ভাৰত চৰকাৰ দ্বাৰা প্ৰতিস্থাপিত ৰাজহুৱা কাৰিকৰী আৰু গৱেষণা বিশ্ববিদ্যালয়। গুৱাহাটীত স্থিত এই অনুষ্ঠান ভাৰতত অৱস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠান সমূহৰ ভিতৰত ষষ্ঠ নম্বৰত। ভাৰত চৰকাৰৰ দ্বাৰা এই অনুষ্ঠানক ভাৰতৰ অন্যতম গুৰত্বপূৰ্ণ শিক্ষা অনুষ্ঠান ৰূপে পৰিগণিত কৰা হয়।

ভাৰতীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠানত পদখালী :

ভাৰতীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠানত শেহতীয়া ভাৱে উপযুক্ত প্ৰাৰ্থী সকলক প্ৰকল্প সহকাৰী আৰু জুনিয়ৰ ৰিচাৰ্চ ফেল্ল'ৰ খালী পদত নিযুক্তিৰ বাবে আৱেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থী সকলক অন্তিম তাৰিখৰ পূৰ্বে আৱেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল :

পদৰ নাম

খালী পদৰ সংখ্যা

দৰমহা

অৱস্থান

বাছনি প্ৰক্ৰিয়া

শিক্ষাগত অৰ্হতা

প্ৰকল্প সহকাৰী

০২

৪৯,০০০/- টকা, মাহিলী

গুৱাহাটী, অসম

সাক্ষাৎকাৰ

Ph. D

জুনিয়ৰ ৰিচাৰ্ছ ফেল্ল'

০১

৩১,০০০/- টকা, মাহিলী

গুৱাহাটী, অসম

সাক্ষাৎকাৰ

M.Sc./B.E/B.Tech/ME/M.Tech


অভিজ্ঞতা:

প্ৰকল্প সহকাৰী:

• Ph. D ডিগ্ৰী আৰু মেচিন লাৰ্নিং, ইনফৰ্মেচন থিয়ৰি, বায়ইনফৰ্মেটিক্স, প্ৰবেবিলিষ্টিক, আৰু ষ্টেষ্টিস্তিকেল মডেলিং, প্ৰগ্ৰামিং ইন আৰ, পাইথন, চি, জাভা, মতলবত ২বছৰীয়া অভিজ্ঞতা।

• Ph. D ডিগ্ৰী আৰু ৰিভাৰ্ছে জেনেটিক্স অফ ভাৰ্চিওৰ সৈতে ২বছৰীয়া গৱেষনা অভিজ্ঞতা।

উল্লেখিত নিয়মাৱলী অনুসৰণ কৰক:

• প্ৰথমে অফিচিয়েল ৱেবচাইট iitg.ac.in লৈ যাওক

• IIT গুৱাহাটীত নিযুক্তি বা কেৰিয়াৰত আৱেদন কৰিব লগা পদ বিচাৰক

• প্ৰকল্প সহকাৰী, জুনিয়ৰ ৰিচাৰ্ছ ফেল্ল'ৰ পদৰ বাবে উপলব্ধ আৱেদন ডাউনলোড কৰক

• আৱেদন পূৰণ কৰাৰ আগেয়ে আৱেদন দাখিলৰ অন্তিম তাৰিখ চেক কৰক

• ভুল নকৰাকৈ আৱেদন পূৰণ কৰক

• যদিহে কোনো ধৰণৰ আৱেদন মাছুল পৰিশোধ কৰিবলৈ উল্লেখ আছে তেন্তে সেইয়া পৰিশোধ কৰক আৰু নিজৰ আৱেদন পত্ৰ উল্লেখিত ঠিকনাত স্বাক্ষৰ যুক্ত প্ৰয়োজনীয় নথি পত্ৰ সংযোগ কৰক

• আৰু আৱেদন জমা কৰক

আৱেদন প্ৰক্ৰিয়া:

ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থী সকলে অফিচিয়েল ৱেবচাইট iitg.ac.in যোগে অন্তিম তাৰিখ ২৯ নৱেম্বৰ ২০২১ৰ পূৰ্বে নিজৰ আৱেদন দাখিল কৰিব পৰিব।

গুৰুত্বপূৰ্ণ তাৰিখ সমূহ:

• আৱেদন দাখিলৰ আৰম্ভণি - ১৫/১১/২০২১

• অন্তিম তাৰিখ : ২৯/১১/২০২১


আৰু পঢ়ক: ডিব্ৰুগড় বিশ্ববিদ্যায়ত নিযুক্তি ২০২১


Next Story
চাকৰি