Begin typing your search above and press return to search.

NALCO নিযুক্তি ২০২১ : হোমিওপেথি চিকিৎসকৰ পদখালী

হোমিওপেথি চিকিৎসকৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে

NALCO নিযুক্তি ২০২১ : হোমিওপেথি চিকিৎসকৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Dec 2021 11:44 AM GMT

NALCO ৰ বিষয়ে জানক :

ৰাষ্ট্ৰীয় এলুমিনিয়াম কোম্পানী লিমিটেড, এটি নৱৰত্ন কোম্পানী, এছিয়াৰ এলুমিনা - এলুমিনিয়াম কমপ্লেক্সৰ সৰ্ববৃহৎ কোম্পানী। দেশৰ ৰপ্তানিত ই আদায় কৰা এক গুৰুত্বপূৰ্ণ ভূমিকা, ইয়াৰ লগতে নিজৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা অতুলনীয় অৱদানৰ বাবে ইয়াক সন্মানিত কৰা হৈছে বহু সন্মানীয় পদকেৰে। এই কোম্পানীত মুখ্য কাৰ্যালয় অৱস্থিত ভুৱনেশ্বৰ, উৰিষ্যাত।

ৰাষ্ট্ৰীয় এলুমিনিয়াম কোম্পানী লিমিটেডত পদ খালী :

ৰাষ্ট্ৰীয় এলুমিনিয়াম কোম্পানী লিমিটেডত, শেহতীয়া ভাৱে উপযুক্ত প্ৰাৰ্থী সকলক হোমিওপেথি চিকিৎসকৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

হোমিওপেথি চিকিৎসক

খালী পদৰ সংখ্যা

০১

বয়স

৫৭বছৰ

দৰমহা

৩৬,০০০ - ৫১,০০০টকা, মাহিলী

নিযুক্তিৰ স্থান

সমগ্ৰ ভাৰততে

অন্তিম তাৰিখ

০৮/১২/২০২১


আকাংক্ষিত অৰ্হতা:

কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা/ ৰাজ্য চৰকাৰ বোৰ্ড/ কাউন্সিল/ ফেকাল্টি অফ ইণ্ডিয়ান মেডিচিনৰ অধীনত হোমিওপেথি ডিগ্ৰী (BHMS) বা হোমিওপেথি কেন্দ্ৰীয় কাউন্সিলৰ অধীনত প্ৰাসংগিক ডিগ্ৰী। হোমিওপেথিক কেন্দ্ৰীয় পঞ্জীয়নৰ অধীনত প্রমাণিক পঞ্জীভূত মানপত্ৰ আৰু হোমিওপেথি ৰাজ্য পঞ্জীয়নৰ অধীনত চৰকাৰী চিকিৎসালয়/ প্ৰতিষ্ঠান/ দিস্পেঞ্চেৰী/ পি এছ ইউ/ ব্যক্তিগত খণ্ড/ পূঁজি প্ৰাপ্ত চিকিৎসালয়/ ব্যক্তিগত প্ৰেক্টিচ আদিত ১০বছৰীয়া অভিজ্ঞতা থাকিব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া :

এই পদত আৱেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী সকলে অহা ৮ডিচেম্বৰ, ২০২১ তাৰিখে পুৱা ৯:৩০ বজাৰ পৰা অনুষ্ঠিত হ'ব লগীয়া সাক্ষাৎকাৰৰ বাবে নিৰ্ধাৰিত পাঠ্যৰ ৰূপত আৱেদন পত্ৰ আৰু স্বাক্ষৰ যুক্ত প্ৰয়োজনীয় নথি পত্ৰ সহ আহি উপস্থিত হ'ব লাগিব।

স্থান : প্ৰশিক্ষণ কেন্দ্ৰ, এছ অণ্ড পি কমপ্লেক্স, NALCO নগৰ।


বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ


আৰু পঢ়ক: ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, মেঘালয় নিযুক্তি ২০২১: ডিআৰটিবি সমন্বয়ক পদখালী


Next Story
চাকৰি