উত্তৰ-পূৰ্বীয় ইন্দিৰা গান্ধী স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞান আঞ্চলিক অনুষ্ঠানত (NEIGRIHMS), পদখালী
গিৰ্মিটিয়া ভাৱে ক্লিনিকেল মনোবৈজ্ঞানিকৰ খালী পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল

NEIGRIHMS ৰ বিষয়ে জানক :
উত্তৰ-পূৰ্বীয় ইন্দিৰা গান্ধী স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞান আঞ্চলিক অনুষ্ঠানত (NEIGRIHMS)অৱস্থিত মেঘালয় জিলাৰ শ্বিলং অঞ্চলত। এই অনুষ্ঠানৰ স্থায়ী ভাৱে আৰম্ভণি হৈছিল মাৱদিয়ান্দিয়ান, শ্বিলং অঞ্চলত ২০০৭চনত। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, ভাৰতৰ অধীনত ১৯৮৭চনত স্থাপিত ই এক স্বায়ত্ত্ব শাসিত অনুষ্ঠান আৰু ইয়াক "চেণ্টাৰ অফ এক্সেলেন্স" হিচাপে পৰিগণিত কৰা হৈছিল ভাৰতীয় সংসদৰ দ্বাৰা।
উত্তৰ-পূৰ্বীয় ইন্দিৰা গান্ধী স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞান আঞ্চলিক অনুষ্ঠানত পদখালী :
উত্তৰ-পূৰ্বীয় ইন্দিৰা গান্ধী স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞান আঞ্চলিক অনুষ্ঠানত, AIIMS নতুন দিল্লীৰ সহযোগত WHO ৰ দ্বাৰা পুঁজি প্ৰাপ্ত ""Women's Health Domestic Violence Against Women during Covid-19 Pandemic. A cross-sectional study", নামৰ প্ৰকল্পৰ বাবে গিৰ্মিটিয়া ভাৱে ক্লিনিকেল মনোবৈজ্ঞানিকৰ খালী পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।
পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল:
পদৰ বিৱৰণ | প্ৰয়োজনীয় তথ্য |
পদৰ নাম | ক্লিনিকেল মনোবৈজ্ঞানিক |
খালী পদৰ সংখ্যা | ০১ |
বয়স | ৪০বছৰ |
দৰমহা | ৩০,৪০০/- টকা, মাহিলী |
নিযুক্তিৰ স্থান | শ্বিলং, মেঘালয় |
আবেদন গ্ৰহণৰ অন্তিম তাৰিখ | ২০/১১/২০২১ |
ৱেবচাইট | neigrihms.gov.in |
আৱেদন মাছুল | নিল্ |
শিক্ষাগত অৰ্হতা :
• UGC স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ক্লিনিকেল মনোবৈজ্ঞানিক বিষয়ত মাষ্টাৰ্চ।
• নূন্যতম ২বছৰীয়া কৰ্ম অভিজ্ঞতা। খাছী, ইংৰাজী আৰু হিন্দী ভাষাৰ অৰ্হতা।
আৱেদন প্ৰক্ৰিয়া :
এই পদত আৱেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী সকলে শিক্ষাগত অৰ্হতা, অভিজ্ঞতা, আৰু যোগাযোগৰ তথ্য উল্লেখিত বায়ডাতা ইমেইল যোগে প্ৰেৰণ কৰিব লাগিব।
ইমেইল : drmanika89@yahoo.com
বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ
আৰু পঢ়ক : নাগালেণ্ড বিশ্ববিদ্যালয় নিযুক্তি ২০২১: জেআৰএফ / প্ৰকল্প সহযোগীৰ পদখালী