Begin typing your search above and press return to search.

নৰ্থ ইষ্ট কাউন্সিলত পৰামৰ্শদাতাৰ পদখালী

পৰামৰ্শদাতাৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে

নৰ্থ ইষ্ট কাউন্সিলত পৰামৰ্শদাতাৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Nov 2021 9:46 AM GMT

নৰ্থ ইষ্ট কাউন্সিলৰ বিষয়ে জানক :

নৰ্থ ইষ্ট কাউন্সিল হৈছে এক আইনী পৰামৰ্শদাতা সংগঠন। নৰ্থ ইষ্ট কাউন্সিল অধিনিয়ম ১৯৭১ৰ অধীনত এই সংগঠনৰ গাঠনি কৰা হৈছিল ৭নৱেম্বৰ ১৯৭২তাৰিখে। এই সংগঠনৰ সদস্য সমূহ হৈছে উত্তৰ পূৰ্বাঞ্চলৰ ৮খন ৰাজ্য, অসম; অৰুণাচল প্ৰদেশ; মণিপুৰ; নাগালেণ্ড; মিজোৰাম; মিজোৰাম; ত্ৰিপুৰা আৰু ছিক্কিম।

নৰ্থ ইষ্ট কাউন্সিলত পদ খালী :

ICAR উত্তৰ - পূব পাহাৰীয়া অঞ্চলত, শেহতীয়া ভাৱে উপযুক্ত প্ৰাৰ্থী সকলক চিভিল অভিযান্ত্ৰিক বিভাগৰ অধীনত 'Project Formulation and Quality Management' চেলৰ বাবে পৰামৰ্শদাতাৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল:

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

পৰামৰ্শদাতা (চিভিল অভিযান্ত্ৰিক)

খালী পদৰ সংখ্যা

০১

প্ৰকল্পৰ নাম

Livelihood Improvement of Hill Farmers through Sustainable Farming Systems in North Eastern Hill Region– Farmers FIRST Project

বয়স

নূন্যতম ২৫ আৰু অধিকতম ৪৫ (০১/০১/২০২১ৰ মতে)। অনুসূচিত জনজাতি/ জাতিৰ প্ৰাৰ্থীৰ বাবে ৫বছৰ ৰেহাই

দৰমহা

৪৫,০০০টকা, মাহিলী

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ

১৪/১২/২০২১

শিক্ষাগত অৰ্হতা :

নূন্যতম BE /B.Tech / BSc. অভিযান্ত্ৰিক (চিভিল) / A.M.I.E (ভাৰত) ডিগ্ৰী বা চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ME /M.Tech / M.Sc. অভিযান্ত্ৰিক (চিভিল)

আকাংক্ষিত যোগ্যতা :

• কোনো স্বীকৃতি প্ৰাপ্ত অনুষ্ঠানৰ পৰা প্ৰজেক্ট মেনেজমেন্ট বিভাগত পি জি ডিপ্লোমা

• কেন্দ্ৰীয় চৰকাৰৰ আঁচনি/ প্ৰকল্পৰ জ্ঞান আৰু ৫ বছৰীয়া অভিজ্ঞতা

• MS এক্সেলৰ জ্ঞান

আবেদনৰ প্ৰক্ৰিয়া : প্ৰাৰ্থীয়ে নিৰ্দ্ধাৰিত পাঠ্যৰ ৰূপত নিজৰ আৱেদন পত্ৰ, বায়ডাতা সহ নৰ্থ ইষ্ট কাউন্সিল ছেক্ৰেটেৰীয়েত, কক্ষ নং ৪০৫, নংগ্রিম হিলছ, শ্বিলং ৭৯৩০০৩ লৈ প্ৰেৰণ কৰিব লাগিব।

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ

আৰু পঢ়ক : নাগালেণ্ড বিশ্ববিদ্যালয় নিযুক্তি ২০২১: জেআৰএফ / প্ৰকল্প সহযোগীৰ পদখালী

Next Story
চাকৰি