Begin typing your search above and press return to search.

এন পি চি বি নাগালেণ্ডত ০৮ বৈজ্ঞানিক, সহযোগীৰ পদ খালী

১বছৰৰ বাবে মুকলি হোৱা কাৰিকৰী কৰ্মচাৰীৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে

এন পি চি বি নাগালেণ্ডত ০৮ বৈজ্ঞানিক, সহযোগীৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Nov 2021 11:58 AM GMT

এন পি চি বি নাগালেণ্ডত বিষয়ে জানক :

নাগালেণ্ড প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড এখনি বিধিবদ্ধ সংগঠন। এই সংগঠনৰ গাঠনি কৰা হৈছিল ১৯ফেব্ৰুৱাৰী ১৯৯১ তাৰিখে, জল অধিনিয়ম ১৯৭৪ৰ খণ্ড ৪ৰ অন্তৰ্গত। এই সংগঠনৰ মূল লক্ষ্য হৈছে পৰিৱেশৰ সংৰক্ষণ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ।

এন পি চি বি নাগালেণ্ডত পদ খালী :

এন পি চি বি নাগালেণ্ডত, পৰিবেশ, বনাৰো জলবায়ু পৰিবৰ্তন মন্ত্ৰালয় দ্বাৰা পুঁজি প্ৰদান কৰা এটি আঁচনি "Assistence ফৰ Abatement of Pollution merged with Control of Pollution" ৰ বাবে ১বছৰৰ বাবে মুকলি হোৱা কাৰিকৰী কৰ্মচাৰীৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল :

নাগালেণ্ড প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডত পদ খালী :

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

বৈজ্ঞানিক বি

সহকাৰী পৰিবেশ অভিযন্তা

কণিষ্ঠ বৈজ্ঞানিক সহকাৰী

বৈজ্ঞানিক সহকাৰী

কণিষ্ঠ পৰিবেশ অভিযন্তা

খালী পদৰ সংখ্যা

০২

০১

০২

০২

০১

বয়স

২১ - ৩৫বছৰ

দৰমহা

৭০,৯২৫/- টকা

৭০,৯২৫/- টকা

৫১,৮০০/- টকা

৪৮,০৫০/- টকা

৪৮,০৫০/- টকা

অন্তিম তাৰিখ

২০/১১/২০২১

ৱেবচাইট

https://npcb.Nagaland.gov.in/

এন পি চি বি নাগালেণ্ড খালী পদৰ বাবে শিক্ষাগত অৰ্হতা :

পদৰ নাম

শিক্ষাগত অৰ্হতা

বৈজ্ঞানিক বি

• ৰসায়ন বিজ্ঞান/ পদাৰ্থ বিজ্ঞান/ উদ্ভিদ বিজ্ঞান/ প্ৰাণীবিজ্ঞান/ জৈৱ ৰসায়ন বিজ্ঞান/ পৰিবেশ বিজ্ঞান

• জেষ্ঠ বৈজ্ঞানিক সহকাৰী হিচাপে পৰিবেশ প্ৰদূষণ নিয়ন্ত্ৰণ বা সম্বন্ধীয় ক্ষেত্ৰত নিয়মীয়াকৈ নূন্যতম ৫বছৰীয়া কৰ্ম অভিজ্ঞতা।

সহকাৰী পৰিবেশ অভিযন্তা

• পৰিবেশ/ ৰসায়ন/ চিভিল অভিযান্ত্ৰিক বিষয়ত ডিগ্ৰী।

• কণিষ্ঠ পৰিবেশ অভিযন্তা হিচাপে পৰিবেশ প্ৰদূষণ নিয়ন্ত্ৰণ বা সম্বন্ধীয় ক্ষেত্ৰত নিয়মীয়াকৈ নূন্যতম ৮বছৰীয়া কৰ্ম অভিজ্ঞতা।

জেষ্ঠ বৈজ্ঞানিক সহকাৰী

• ৰসায়ন বিজ্ঞান/ পদাৰ্থ বিজ্ঞান/ উদ্ভিদ বিজ্ঞান/ প্ৰাণীবিজ্ঞান/ জৈৱ ৰসায়ন বিজ্ঞান/ পৰিবেশ বিজ্ঞান

• কণিষ্ঠ বৈজ্ঞানিক সহকাৰী হিচাপে পৰিবেশ প্ৰদূষণ নিয়ন্ত্ৰণ বা সম্বন্ধীয় ক্ষেত্ৰত নিয়মীয়াকৈ নূন্যতম ৫বছৰীয়া কৰ্ম অভিজ্ঞতা।

কণিষ্ঠ বৈজ্ঞানিক সহকাৰী

• বিজ্ঞান বিষয়ত ডিগ্ৰী

• জেষ্ঠ গৱেষণা সহকাৰী হিচাপে পৰিবেশ প্ৰদূষণ নিয়ন্ত্ৰণ বা সম্বন্ধীয় ক্ষেত্ৰত নিয়মীয়াকৈ নূন্যতম ৮বছৰীয়া কৰ্ম অভিজ্ঞতা।

কণিষ্ঠ পৰিবেশ অভিযন্তা

• পৰিবেশ/ ৰসায়ন/ চিভিল অভিযান্ত্ৰিক বিষয়ত ডিগ্ৰী।

• পৰিবেশ প্ৰদূষণ নিয়ন্ত্ৰণ বা সম্বন্ধীয় ক্ষেত্ৰত নিয়মীয়াকৈ নূন্যতম ২বছৰীয়া কৰ্ম অভিজ্ঞতা।

আৱেদন প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থী আৱেদন পত্ৰ সহ নিজৰ প্ৰয়োজনীয় নথি পত্ৰ সমূহ নাগালেণ্ড প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড চিগ্নেল পইন্ট, ডিমাপুৰ ৭৯৮১১২, নাগালেণ্ড

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ


আৰু পঢ়ক : IGDTUW নিয়োগ ২০২১- ০৩ কাৰিকৰী সহায়ক পদখালী


Next Story
চাকৰি