Begin typing your search above and press return to search.

কাৰ্বি আংলংত আবকাৰী বিভাগত ০৭গৰাকী সহকাৰী ইন্সপেক্টৰ আৰু কনিষ্টবলৰ পদখালী

ইচ্ছুক প্ৰাৰ্থী সকলে অন্তিম তাৰিখৰ পূৰ্বে নিজৰ আৱেদন দাখিল কৰিব পাৰে

কাৰ্বি আংলংত আবকাৰী বিভাগত ০৭গৰাকী সহকাৰী ইন্সপেক্টৰ আৰু কনিষ্টবলৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Nov 2021 11:03 AM GMT

O/o আবকাৰী বিভাগৰ অধ্যক্ষ, ডিফু

অন্তিম তাৰিখ : ২৫/১১/২০২১

আবকাৰী বিভাগৰ অধ্যক্ষৰ কাৰ্য্যালয়, ডিফুত ০৭ গৰাকী সহকাৰী ইন্সপেক্টৰ আৰু কনিষ্টবলৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থী সকলে অন্তিম তাৰিখৰ পূৰ্বে নিজৰ আৱেদন দাখিল কৰিব পাৰে।

বিভাগৰ অধ্যক্ষৰ কাৰ্য্যালয়, ডিফুত পদ খালী :

১. সহকাৰী ইন্সপেক্টৰ

খালী পদৰ সংখ্যা : ০২

দৰমহা : ১৪,০০০ - ৪৯,০০০/- টকা, গ্ৰেড পে ৬,২০০/- টকা

শিক্ষাগত অৰ্হতা : চৰকাৰী স্বীকৃতি প্ৰাপ্ত অনুষ্ঠানৰ পৰা HSSLC উত্তীৰ্ণ হ'ব লাগিব।

২. কনিষ্টবল

খালী পদৰ সংখ্যা : ০৫

দৰমহা : ১৪,০০০ - ৪৯,০০০/- টকা, গ্ৰেড পে ৫,০০০/- টকা

শিক্ষাগত অৰ্হতা : চৰকাৰী স্বীকৃতি প্ৰাপ্ত অনুষ্ঠানৰ পৰা HSLC উত্তীৰ্ণ হ'ব লাগিব।


অনন্য প্ৰয়োজনীয় তথ্য :

বয়স : ১৮ - ৩৮বছৰ, ০১/০১/২০২১ৰ মতে। চৰকাৰী নীয়ম্বলি অনুসৰি বয়সৰ ৰেহাই।

নিয়োগ-বিনিময় কেন্দ্ৰত পঞ্জীয়ন : ইচ্ছুক প্ৰাৰ্থী সকল নিয়োগ-বিনিময় কেন্দ্ৰ পঞ্জীভুক্ত হ'ব লাগিব।

আৱেদন প্ৰক্ৰিয়া :

# আৱেদন দাখিলৰ বাবে প্ৰাৰ্থী সকলে নিৰ্ধাৰিত পাঠ্যৰ ৰূপত, পাছপৰ্ট ফটো আৰু সকলো প্ৰয়োজনীয় নথি পত্ৰৰ সৈতে আবকাৰী বিভাগৰ অধ্যক্ষৰ কাৰ্য্যালয়, ডিফু, কাৰ্বি আংলং লৈ প্ৰেৰণ কৰিব লাগিব।

# KAAC ৰেভিনিউ ৰিচিপ্ট : জেনেৰেল প্ৰাৰ্থী সকলে ২০/- টকা আৰু অনুসূচিত জনজাতি/ জাতিৰ প্ৰাৰ্থী সকলে ১০/- টকাৰ আৱেদন মাছুল পৰিশোধ কৰিব লাগিব।


আৰু পঢ়ক : এইমছ গুৱাহাটীত জ্যেষ্ঠ আৱাসিক চিকিত্সক নিযুক্তি



Next Story
চাকৰি