ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগমত পদখালী

ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড( এন এইচ আই ডি এল)-এ উপ-মহা প্ৰৱন্ধক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগমত পদখালী
Published on: 

খালী পদৰ সংখ্যাঃ ২টা।

বয়সৰ সীমাঃ ৫৫বছৰৰ তলৰ।

নিযুক্তিৰ স্থানঃ নতুন দিল্লী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৭-০৭-২০২০।

সবিশেষ জানিবলৈ https://nhidcl.com/tenders/tendors/jobs/a3f08/Job%20file/a3f08_Advt%20for%20All%20Post%20PDF.pdf চাওক।     

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com