ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন (NHM), অসমত পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন (NHM), অসমত পদখালী
Published on: 

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসমত, ডাক্তৰৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : ডাক্তৰ

খালী পদৰ সংখ্যা : বহুতো

দৰমহা : ৩৫,০০০টকা, (মাহিলী)

নিযুক্তিৰ স্থান : গুৱাহাটী, অসম

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ২৮/০৯/২০২১।

শিক্ষাগত অৰ্হতা : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠানৰ/ বিশ্ববিদ্যালয়ৰ পৰা MBBS কৰা হ'ব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া :

সকলো ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থীক নিজৰ আবেদন পত্ৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসমৰ অফিচিয়েল ৱেবচাইটৰ যোগেদি দাখিল কৰিব পাৰিব।

ৱেবচাইট : nhm.assam.gov.in

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com