ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন (NHM) অসমত জ্ঞান প্ৰযুক্তিবিদ্যা/ হাব সমন্বয়কৰ পদখালী
ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসমত জ্ঞান প্ৰযুক্তিবিদ্যা/ হাব সমন্বয়কৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।
পদৰ নাম : জ্ঞান প্ৰযুক্তিবিদ্যা/ হাব সমন্বয়ক
খালী পদৰ সংখ্যা : ০১টা
বয়স : ৩৫বছৰ
দৰমহা : ১৯,০০০/-টকা, মাহিলী
নিযুক্তিৰ স্থান : অসম
আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ২২/১০/২০২১
শিক্ষাগত অৰ্হতা :
ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসমত, জ্ঞান প্ৰযুক্তিবিদ্যা/ হাব সমন্বয়কৰ আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী B. Sc (IT)/ BCA উত্তীৰ্ণ আৰু কোনো স্বত্ব সম্বন্ধীয় বিভাগত ১বছৰীয়া অভিজ্ঞতা থকা হ'ব লাগিব।
আবেদনৰ প্ৰক্ৰিয়া :
• সাক্ষাৎকাৰ আৰু বাছনি সম্বন্ধীয় সকলো জাননীৰ বাবে প্ৰাৰ্থীক উল্লেখিত ৱেবচাইট পৰ্যবেক্ষণ কৰিবলৈ আহ্বান জনোৱা হ'ল।
ৱেবচাইট : https://nhm.assam.gov.in
• সাক্ষাৎকাৰৰ বাবে কোনো ধৰণৰ ব্যক্তিগত পত্ৰ, বা ফোনকল কৰা নহ'ব। সাক্ষাৎকাৰৰ বাবে উপস্থিত হোৱাৰ বাবে কোনো ধৰণৰ TA/ DA প্ৰদান কৰা নহ'ব।