ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসমত কনছালটেণ্টৰ পদ খালী

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমত কনছালটেণ্ট (জন স্বাস্থ্য) নিযুক্তিj বাবে আবেদন বিচৰা হৈছে।
ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসমত কনছালটেণ্টৰ পদ খালী

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন (এনএইচএম) সম্পৰ্কে -

২০১৩-ত ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য মিছন আৰু ৰাষ্ট্ৰীয় নগৰ  স্বাস্থ্য মিছনক চামিল কৰি ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন (এনএইচএম) গঠন কৰে।   ইয়াৰ ম্যাদ  ২০১৯ লৈকে আৰু পৰবৰ্তী সময়ত বৃদ্ধি কৰা হয় মাৰ্চ ২০২০পৰ্যন্ত বৃদ্ধি কৰা হয়। এই প্ৰতিষ্ঠানত মুখ্য বিষয়া হৈছে মিছন নিৰ্দেশক আৰু ভাৰত চৰকাৰৰ নিৰ্দেশনাৰ অধীনত ইয়াৰ চোৱাচিতা কৰে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ নিৰ্দেশক সকলে।

ৰাষ্ট্ৰীয় গ্ৰামীণ স্বাস্থ্য মিছন, বৰ্তমানৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ প্ৰাৰম্ভনি ঘটিছিল ভাৰত চৰকাৰৰ দ্বাৰা গ্ৰামীণ ক্ষেত্ৰী সমূহত বসবাস কৰা লোক সকলৰ স্বাস্থ্য সম্বন্ধীয় প্ৰয়োজন সমূহ পূৰণ কৰিবৰ বাবে। এই মিছনৰ উদ্ভোধন  কৰিছিল ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিঙে ১২ এপ্ৰিল. ২০০৫-ত। 

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসমত পদ খালী :

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমত শেহতীয়াভাবে কনছালটেণ্ট (জন স্বাস্থ্য)-ৰ খালী পদত নিযুক্তি প্ৰদান কৰিবৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আবেদন বিচৰা হৈছে। পদৰ সবিশেষ তথ্য তলত উল্লেখ কৰা হৈছে।

প্ৰাৰ্থীসকলে পদৰ বিৱৰণ, অৰ্হতা, দৰমহা স্কেল তলত চাব পাৰে :-

পদৰ নাম 

কনছালটেণ্ট (জন স্বাস্থ্য)। 

খালী পদৰ সংখ্যা

১টা। 

দৰমহা

মাহিলী ৪০ হেজাৰ টকা। 

কৰ্মৰ স্থান

 অসম। 

আবেদনৰ প্ৰক্ৰিয়া 

 অনলাইন 

বয়সৰ সীমা 

৩০ নৱেম্বৰ, ২০২১ত সৰ্বোচ্চ ৬৫ বছৰৰলৈকে। 

চাকৰিৰ প্ৰকৃতি

স্থায়ী। 

আবেদন মাচুল 

তথ্য উপলব্ধ নহয়। 

বাছনি প্ৰক্ৰিয়া

-

আবেদন অন্তিম তাৰিখ

৫ জানুৱাৰী, ২০২২। 

শিক্ষাগত অৰ্হতা:  প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা বোৰ্ডৰ পৰা প্ৰিভেণ্টিভ ছোচিয়েল মেডিচিন / কম্যুনিটী মেডিচিন / কম্যুনিটী হেলথ এডমিনিষ্ট্ৰেচন / জন স্বাস্থ্যৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব। তদুপৰি সংশ্লিষ্ট ক্ষেত্ৰত দুবছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব। ইয়াৰে এবছৰৰ অভিজ্ঞতা জন স্বাস্থ্যৰ হব লাগিব। 

আবেদনৰ প্ৰক্ৰিয়া:

আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে অহা ৫ জানুৱাৰী, ২০২২ৰ ভিতৰত https://nhm.assam.gov.in-ৰ পৰা  আবেদন জনাব পাৰে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com