ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমত বিভিন্ন পদ খালী

এই পদসমূহৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা আদিৰ সবিশেষ তথ্য তলত পাবঃ
ৰাষ্ট্ৰীয় স্বাস্থ্য  মিছন অসমত  বিভিন্ন পদ খালী

ৰাষ্ট্ৰীয় স্বাস্থয মিছন অসমৰ বিষয়েঃ 

 (এন এইচ এম, অসম) -ৰ উদ্দ্যেশ্য হৈছে অসমত সকলোকে বহনক্ষম মূল্যত সম আৰু গুণগতমানৰ স্বাস্থ্যসেৱাৰ সুবিধা যোগান ধৰা। ই হৈছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অৱশ্যেই কৰণীয় এা কাম। এন এইচ এমৰ আন এটা প্ৰধান কাম হৈছে স্বাস্থ্য সেৱা ব্যৱস্থাত সামূহিক অংশগ্ৰহণৰ ব্যৱস্থা কৰা। এন এইচ এম-অসমৰ ক্ষেত্ৰত সহায়ক তদাৰকী বা পৰিদৰ্শন হৈছে কামৰ আন এটা অবিচ্ছেদ্য অংগ। স্বাস্থ্য সেৱা উপলব্ধ নোহাৱা অঞ্চলসমূহত স্বাস্থ্য সেৱা যোগানৰ বাবে এন এইচ এম অসমে যথেষ্ট গুৰুত্ব আৰোপা কৰি আহিছে। অসমৰ সকলো নগৰ-চহৰ আৰু গাঁৱক সামৰি লোৱা আশা কৰ্মসূচী হৈছে এন এইচ এম অসমৰ এটা প্ৰধান কাৰ্যসূচী। 

ৰাষ্ট্ৰীয় স্বাস্থয মিছন অসমৰ  নিযুক্তি-২০২২ঃ  

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন  অভিযান অসমে  কনছালটেণ্ট ( পৰিয়াল পৰিকল্পনা), ৰাজ্যিক কৰ্মসূচী বিষয়া (NCD), অতিৰিক্ত কনছালটেণ্ট ( এম এইচ), কৰ্মসূচী কাৰ্যবাহী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।  এই  বিষয়ে তলত সবিশেষ তথ্য পাবঃ 

 এই পদসমূহৰ  বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা আদিৰ তলত সবিশেষ তথ্য পাবঃ 

পদৰ বিৱৰণ

প্ৰয়োজনীয়তা

পদৰ নাম

কনছালটেণ্ট ( পৰিয়াল পৰিকল্পনা), ৰাজ্যিক কৰ্মসূচী বিষয়া (NCD), অতিৰিক্ত কনছালটেণ্ট ( এম এইচ), কৰ্মসূচী কাৰ্যবাহী

পদৰ সংখ্যা

৯  টা। 

দৰমহা

মাহিলী ৩১ হেজাৰ টকাৰ পৰা ৬৫ হেজাৰ টকা। 

চাকৰিৰ স্থান

গুৱাহাটী। 

আবেদনৰ মাচুল

নাই। 

অন্তিম তাৰিখ

১৪ ফেব্ৰুাৱৰী, ২০২২। 

ৱেবছাইট

nhm.assam.gov.in

পদৰ সবিশেষঃ 

কনছালটেণ্ট( পৰিয়াল পৰিকল্পনা)

খালী পদৰ সংখ্যাঃ ১ টা। 

ৰাজ্যিক কৰ্মসূচী বিষয়া (এন চি ডি)

খালী পদৰ সংখ্যাঃ ১টা। 

 অতিৰিক্ত কনছালটেণ্ট ( এম এইচ)

খালী পদৰ সংখ্যাঃ ২টা। 

কৰ্মসূচী কাৰ্যবাহীঃ ৫টা। 

শিক্ষাগত অৰ্হতাঃ 

কনছালটেণ্ট ( পৰিয়াল পৰিকল্পনা)ঃ প্ৰাত্থী স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা এম বি বি এছ ডিগ্ৰীধাৰী হোৱাৰ লগতে অবষ্ট্ৰেটিকছ আৰু প্ৰসূতিবিদ্যাৰ স্নাতকোত্তৰ ডিগ্ৰী বা ডিপ্লমাধাৰী বা কমিউনিটী মেডিচিনৰ  স্নাতকোত্তৰ ডিগ্ৰী বা ডিপ্লমাধাৰী হব লাগিব। 

তদুপৰি শাক্ষা সমাপ্তিৰ পাছত ন্যূনতম ৫ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব। 

অতিৰিক্ত কনছালটেণ্ট ( এম এইচ)ঃ 

ৰাজ্যিক কৰ্মসূচী বিষয়া (এন চি ডি)ঃ 

প্ৰাৰ্থীৰ  ৰাজহুৱা স্বাস্থ্য / ডি এন বিত স্নাতোক্ততৰ ডিগ্ৰী বা ডিপ্মা থাকিলে অতিৰিক্ত সহায়ক হব।

তদুপৰি প্ৰাৰ্থীৰ ন্যূনতম ১০ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব। 

অতিৰিক্ত কনছালটেণ্টঃ প্ৰাত্থী স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা ডিগ্ৰীধাৰী হোৱাৰ লগতে অবষ্ট্ৰেটিকছ আৰু প্ৰসূতিবিদ্যাৰ স্নাতকোত্তৰ ডিগ্ৰী বা ডিপ্লমাধাৰী বা কমিউনিটী মেডিচিনৰ স্নাতকোত্তৰ ডিগ্ৰী বা ডিপ্লমাধাৰী হব লাগিব। 

তদুপৰি সূত্ৰ আৰু ব্যৱহাৰিক ক্ষেত্ৰত অভিজ্ঞতা থাকিব লাগিব। 

কৰ্মসূচী কাৰ্যবাহীঃ প্ৰাৰ্থী চৰকাৰী স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা হেলথ মেনেজমেণ্টৰ ডিগ্ৰী বা ডিপ্লমাধাৰী হব লাগিব। লগতে  ন্যূনতম ৩ বছৰৰ অভিজ়্তা থাকিব লাগিব। 

তদুপৰি সংশ্লিষ্ট ক্ষেত্ৰত ন্যূনতম ৩ বছৰৰ কৰ্মা-অভিজ্ঞতা থাকিব লাগিব। 

------------------

আবেদনৰ নিয়মঃ 

প্ৰাৰ্তীসকলে অহা ১৪ ফেব্ৰুৱাৰী, ২০২২ লৈকে https://nhm.assam.gov.in-ৰ পৰা আবেদন জনাব পাৰিব। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com