Begin typing your search above and press return to search.

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমত টেকনিকেল ছুপাৰভাইজৰৰ পদ খালী

আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ পূৰ্বে আবেদন জনাব পাৰে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমত টেকনিকেল ছুপাৰভাইজৰৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Nov 2021 10:12 AM GMT


ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসম ( (NHM)-এ ভি বি ডি টেকনিকেল ছুপাৰভাইজৰ নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ পূৰ্বে আবেদন জনাব পাৰে।

এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ

পদ

ভি বি ডি টেকনিকেল ছুপাৰভাইজৰ।

খালী পদৰ সংখ্যাঃ ৩২ টা।

বয়সৰ সীমাঃ ৪৪ বছৰলৈকে ( ১ অক্টোবৰ, ২০২১ত)।


শিক্ষাগত অৰ্হতা আৰু অভিজ্ঞতাঃ

# জীৱবিজ্ঞান শাখাৰ পৰা বিজ্ঞানৰ স্নাতক ডিগ্ৰীধাৰী।

# স্বাস্থ্যখণ্ডৰ কামত অভিজ্ঞতা। এনেধৰণৰ কাম কৰাসকলে অগ্ৰাধিকাৰ পাব।

# কম্পিউটাৰ চলোৱাৰ প্ৰাৰম্ভিক জ্ঞান থাকিবই লাগিব।

# দুচকীয়া বাহনৰ চালকৰ অনুজ্ঞাপত্ৰ থাকিব লাগিব।


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি