ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন মেঘালয়ত ডায়েলাইচিছ টেকনিচিয়ানৰ পদখালী

প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদি তথ্য় চাব পাৰে।
ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন মেঘালয়ত ডায়েলাইচিছ টেকনিচিয়ানৰ পদখালী
Published on

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন (এনএইচএম) মেঘালয়ে শেহতীয়াকৈ ডায়েলাইচিছ টেকনিচিয়ানৰ খালীপদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। 

পদৰ নাম -ডায়েলাইচিছ টেকনিচিয়ান ।

খালী পদ-২টা ।

অৱস্থান -শ্বিলং, মেঘালয় ।

দৰমহা উল্লেখ কৰা হোৱা নাই ।

আবেদনৰ অন্তিম তাৰিখ- ০৩/১০/২০২১

বয়সৰ সীমা নাই ।

শিক্ষাগত অৰ্হতা-প্ৰাৰ্থীজনৰ ডায়েলাইচিছ ইউনিটত ডায়েলাইচিছ টেকন'লজী/ ৰেনেল ডায়েলাইচিছ প্ৰযুক্তিত ১ ৰ পৰা ২ বছৰৰ অভিজ্ঞতাৰ সৈতে বি.এছ.চি ডিগ্ৰীধাৰী হ'ব লগিব ।ডায়েলাইচিছ ইউনিটত ডায়েলাইচিছ টেকন'লজী/ ৰেনেল ডায়েলাইচিছ প্ৰযুক্তিত ডিপ্লোমা যাৰ ২ ৰ পৰা ৩ বছৰৰ অভিজ্ঞতা আছে।

আবেদনৰ প্ৰক্ৰিয়া-আগ্ৰহী আৰু সকলো যোগ্যতাপূৰ্ণ প্ৰাৰ্থীয়ে তলত দিয়া গুগল প্ৰপত্ৰ লিংকটো বাধ্যতামূলকভাৱে পূৰণ কৰি ৩ অক্টোবৰ ২০২১ ৰ সন্ধিয়া ৫ বজাত বা তাৰ আগতে তেওঁলোকৰ আৱেদন দাখিল কৰিব পাৰে। প্ৰাৰ্থীসকলে কেৱল এবাৰ গুগল প্ৰপত্ৰ ব্যৱহাৰ কৰি আবেদন কৰিব লাগে আৰু সমৰ্থনকাৰী স্কেন কৰা নথিপত্ৰবোৰ এটা পিডিএফ ফাইলত আপলোড কৰিব লাগে (পিডিএফৰ নাম আবেদনকাৰীৰ প্ৰথম আৰু অন্তিম নামৰ দ্বাৰা সলনি কৰিব লাগে আৰু ইয়াৰ মুঠ আকাৰ ১ এমবিতকৈ কম হ'ব লাগে)। তালিকাভুক্ত প্ৰাৰ্থীসকলে ব্যক্তিগত সাক্ষাৎকাৰ ল'ব লাগিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com