NHSRC গুৱাহাটীত ছিনিয়ৰ কনছালটেণ্টৰ প্ৰয়োজন

ৰাষ্ট্ৰীয় স্বাস্থ্য ব্যৱস্থা সম্পদ কেন্দ্ৰ(NHSRC)-ই ছিনিয়ৰ কনছালটেণ্ট(মান উন্নতকৰণ) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
NHSRC গুৱাহাটীত ছিনিয়ৰ কনছালটেণ্টৰ প্ৰয়োজন
Published on

খালী পদৰ সংখ্যাঃ ০১টা।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

দৰমহাঃ মাহিলী ৯০ হেজাৰ টকাৰ পৰা ডেৰ লাখ টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৫-০৬-২০২১।

বয়সৰ সীমাঃ সৰ্বোচ্চ ৫০ বছৰ।

আবেদনৰ মাচুলঃ তথ্য উপলব্ধ নহয়।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থাী এম বি বি এছ / বি ডি এছ/ বি এ এম এছ / বি এইচ এম এছ /বি ইউ এম এছ / বি এন ৱাই এছ / বি এছ এম এছ / বি ফাৰ্ম বা বি এছ চি(নাৰ্ছিং) হব লাগিব। লগতে ২-৩ বছৰীয়া পূৰ্ণকালীন সময়ৰ জনস্বাস্থ্যৰ স্নাতকোত্তৰ ডিগ্ৰী বা ডিপ্লমা, প্ৰিভেণ্টিভ আৰু ছোচিয়েল মেডিচিনৰ স্নাতকোত্তৰ ডিপ্লমা আদি থাকিব লাগিব।তদুপৰি শিক্ষা সমাপ্তিৰ পাছত ৫ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

আবেদনৰ নিয়মঃ অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে নিৰ্ধাৰিত প্ৰ-পত্ৰসহ http://nhsrcindia.org-ৰ পৰা আবেদন জনাব পাৰে। আবেদন গ্ৰহণৰ শেষ তাৰিখ ২৫ জুন, ২০২১।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com