Begin typing your search above and press return to search.

এন আই এ-ত গাণনিক নিযুক্তিৰ বাবে আবেদন আহ্বান

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা(এন আই এ)-ই গাণনিক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

এন আই এ-ত গাণনিক নিযুক্তিৰ বাবে আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 July 2020 3:19 PM GMT

খালী পদৰ সংখ্যাঃ ২টা।

শিক্ষাগত অৰ্হতাঃ স্নাতক।

দৰমহাঃ ৩৫,৪০০টকাৰ পৰা ১,১২,৪০০টকা।

নিযুক্তিৰ স্থানঃ গুৱাহাটীকে ধৰি দেশৰ বিভিন্ন স্থানত

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৩-০৭-২০২০।

সবিশেষ জানিবলৈ https://www.nia.gov.in/writereaddata/Portal/Recruitment/105_1_Recruitment.pdf চাওক।

Next Story
চাকৰি